• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিকিমৰ ৰাজনীতিত প্ৰৱেশৰ নিশ্চিতি প্ৰদান ফুটবল তাৰকা বাইচুং ভূটীয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2018 1:32 pm
Bhaichung
111
VIEWS
Share on FacebookShare on Twitter

তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগৰ পাছত সৰ্বত্ৰ সৃষ্টি হোৱা চৰ্চা আৰু জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত ছিকিমৰ সক্ৰিয় ৰাজনীতিত যোগদানত নিশ্চিতি দিলে একালৰ তাৰকা ফুটবলাৰ বাইচুং ভূটীয়াই।

সোমবাৰে গেংটকত সংবাদ মাধ্যমৰ আগত তাৰকা গৰাকীয়ে কয়: মই ছিকিমৰ ৰাজনীতিত প্ৰৱেশৰ বাবে সাজু হৈছো আৰু ইয়াৰ জৰিয়তে নিজৰ ৰাজ্যখনলৈ মই সেৱা আগবঢ়াব বিচাৰো। যি দল বা মানুহে মোৰ গৃহ ৰাজ্যৰ উন্নতিৰ অৰ্থে কাম কৰিবলৈ সাজু আছে মই তেওঁলোকৰ সৈতে কাম কৰি যাম।

উল্লেখ্য যে যোৱা ২৬ ফেব্ৰুৱাৰিত তাৰকা ফুটবলাৰ গৰাকীয়ে তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰি ভৱিষ্যতে দেশৰ কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয় বুলি ঘোষণা কৰিছিল।

তাৰ কেইদিনমানৰ পাছতে অৰ্থাৎ বাইচুঙে সোমবাৰে কৰা ঘোষণা যথেষ্ঠ তাৎপৰ্যপূৰ্ণ।

অৱশ্যে তেওঁ আঞ্চলিক নে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত যোগদান কৰে সেই সন্দৰ্ভত এতিয়ালৈ কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই।

যি কি নহওক একালৰ তাৰকা ফুটবলাৰ বাইচুং ভূটীয়াই পুনৰ ৰাজনীতিত যোগদান কৰাৰ বাতৰিয়ে এতিয়া পাহাৰীয়া জিলাখনত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ এবছৰতকৈ কম সময় থকাত ছিকিমৰ ৰাজনীতিত বাইচুঙৰ যোগদান হ’ব গুৰুত্বপূৰ্ণ।

 

Recent News

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd