• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

য়েছে দৰ্জে ঠংছিৰ উপন্যাসৰ আধাৰত অৰুণাচলৰ ‘ছেৰডুকপান’ ভাষাত চলচ্চিত্ৰ নিৰ্মাণ অসমীয়া পৰিচালকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2018 12:48 pm
M-8-570x320.jpg
119
VIEWS
Share on FacebookShare on Twitter

প্ৰসিদ্ধ সাহিত্যিক য়েছে দৰ্জে ঠংছিৰ ‘মিশ্বিং’ নামৰ উপন্যাসৰ আধাৰত একে নামত অৰুণাচলৰ ‘ছেৰডুকপান’ ভাষাত চলচ্চিত্ৰ নিৰ্মাণ কৰিছে অসমীয়া পৰিচালক ববী শৰ্মা বৰুৱাই।

উল্লেখযোগ্য যে অৰুণাচলৰ অকা আৰু মনপা জনগোষ্ঠীৰ লোকসকলে ব্যৱহাৰ কৰা এটা জনগোষ্ঠীয় ভাষা হৈছে ছেৰডুকপান। ঘাইকৈ পশ্চিম কামেং জিলাৰ ৰূপা, জিগাঁও, ঠংগৰি, ছেৰগাঁও আৰু বমডিলাত বাস কৰা এই জনগোষ্ঠীটোৰ জনসংখ্যা হৈছে প্ৰায় ৪ হেজাৰ।

এই জনগোষ্ঠীটোৰ দোৱান ব্যৱহাৰ কৰি অসমীয়া ছবি পৰিচালক ববী শৰ্মা বৰুৱাই ইতিমধ্যে চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰ কাম সমাপ্ত কৰিছে বুলি প্ৰকাশ কৰিছে।

‘দ্য নিউজ মিল’ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়- ‘সাহিত্যিক য়েছে দৰ্জে ঠংছিৰ ‘মিশ্বিং’ নামৰ উপন্যাসখন মই নিজেও ভাল পাওঁ। সেয়েহে ‘ছেৰডুকপান’ ভাষাত চলচ্চিত্ৰখন নিৰ্মাণ কৰিলো। কিন্তু এয়া যথেষ্ট কষ্টকৰ কাম। আশা কৰিছো কাহনীটোৱে চলচ্চিত্ৰপ্ৰেমীক ছবিখনে আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব’।

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ বিভিন্ন মনোমোহা লোকেশ্বনত দৃশ্যগ্ৰহণ কৰা ছবিখনত অভিনয় কৰা ৯০ শতাংশ অৰুণাচলৰ আৰু ১০ শতাংশ অসমৰ অভিনেতা।

স্মৰ্তব্য যে বিশিষ্ট পৰিচালক গৰাকীয়ে ইতিপূৰ্বে ‘সোণাৰ বৰণ পাখি’ নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে বিশ্বজুৰি খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল।

 

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd