• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাতিধ্বংসী নাগৰিকত্ব বিধেয়কৰ তীব্ৰ বিৰোধিতাৰে দেওধৰত কংগ্ৰেছৰ গণ স্বাক্ষৰ অভিযান

মিণ্টু দাস by মিণ্টু দাস
May 28, 2018 10:55 pm
Protest against Citizenship Bill
154
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বাতিলৰ দাবীত নগাঁৱৰ দেওধৰত আজি কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বিৰুদ্ধে এক গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰায় সহস্ৰাধিক লোকে স্বাক্ষৰ প্ৰদান কৰা এই গণ স্বাক্ষৰ অভিযান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্ল্লভ চমুৱাই।

এই কাৰ্যসূচীতে প্ৰাক্তন বিধায়কজনে বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ মত প্ৰকাশ কৰে যে- ‘বিজেপি দলে জাতি-মাতি-ভেটি ৰক্ষাৰ নামত চৰকাৰ গঠন কৰিলেও চৰকাৰখনে অসমীয়াৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে। দলটোৱে জাতিধ্বংসী বিধেয়কখন আইনত পৰিণত কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানেৰে ৰঙা দলিচা পাৰিব বিচাৰিছে। ইয়ে অসমীয়াৰ অস্তিত্বত আঘাত হানিব।’

‘অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টাত স্বাক্ষৰ প্ৰদান কৰি আপুনিও অংশীদাৰ হওক’ শীৰ্ষক শ্লোগানক আধাৰ হিচাপে লোৱা গণ স্বাক্ষৰ অভিযান কাৰ্যসূচীত প্ৰাক্তন বিধায়কজনে সকলো জনসাধাৰণক এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ আহ্বান কৰি তেওঁ আৰু কয়, ‘অসম আইৰ দুখত আমাৰ আদৰৰ ককাইদেউহঁ‌তে হিয়া উজাৰি কান্দিছে। আইক ভাল পাওঁ বুলি বহি থাকিলে নহ’ব। জাত-পাত পৰিহাৰ কৰি সকলো ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰক।’

উল্লেখযোগ্য যে এই কাৰ্যসূচীত নগাঁও লোকসভা যুৱ কংগ্ৰেছ, পাখিমৰীয়া ব্লক যুৱ কংগ্ৰেছ, নগাঁও জিলা এন এছ ইউ আই, দেওধৰ মণ্ডল কংগ্ৰেছৰ নেতা-কৰ্মীও উপস্থিত আছিল।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd