• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘জাতীয় প্ৰতিবাদৰ দিন’ কৰি তোলক ৭ মে’, নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰ আহ্বান অখিল গগৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 3, 2018 7:41 pm
Akhil-Gogoi-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill ) সন্দৰ্ভত অহা ৭ মে’ত গুৱাহাটীত হ’ব লগা শুনানিত অসমৰ সকলো দল-সংগঠনকে উপস্থিত থাকি বিধেয়কখনৰ সৰ্বাত্মক বিৰোধিতা কৰিবলৈ আজি ৩ মে’ত আহ্বান জনাইছে অখিল গগৈয়ে।

‘আমাক মুছলমান বিদেশীও নালাগে, হিন্দু বিদেশীৰ লগতে খ্ৰীষ্টান-জৈন-শিখ বিদেশীকে ধৰি কোনো বিদেশীকে আমাক নালাগে’ বুলি উল্লেখ কৰি নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনে ‘অসমৰ সমূহ অৰাজনৈতিক, ৰাজনৈতিক দল-সংগঠনৰ লগতে সমূহ জনসাধাৰণ গুৱাহাটীলৈ আহি যুটীয়া সংসদীয় সমিতিৰ শুনানিত অংশগ্ৰহণ কৰক আৰু সকলোৱে একেমুখে এই আইনখন বিৰোধিতা কৰি স্মাৰক পত্ৰ প্ৰদান কৰক যাতে স্মাৰক পত্ৰৰে শুনানি উপচি পৰে’ বুলি আহ্বান জনাইছে।

নৰ্থ ইষ্ট নাও–লৈ প্ৰেৰণ কৰা অখিল গগৈৰ ভিডিঅ’ চাওক।

https://www.facebook.com/nenowassam/videos/174684473241247/

অসমৰ সকলো নামঘৰ, মছজিদ, গীৰ্জাৰ পৰিচালনা সমিতি, গাওঁ পঞ্চায়ত, গাওঁ সভা, সাহিত্য সভাকে ধৰি বিভিন্ন সাহিত্য অনুষ্ঠানসমূহ, শ্ৰীমন্ত শংকৰদেৱ সংঘ, উন্নয়ন পৰিষদ, সাংবাদিক সংস্থা, ক্লাবকে উক্ত দিনটোত ওলাই আহি ‘অসমৰ জাতীয় জীৱনৰ এক ঐতিহাসিক প্ৰতিবাদৰ দিন’ কৰি তোলাৰ বাবে গগৈয়ে লগতে আহ্বান জনাইছে।

অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত আহিব লগা যুটীয়া সংসদীয় সমিতিয়ে গুৱাহাটীত ৭ মে’ত শুনানি গ্ৰহণ কৰাৰ পিছত ৮ মে’ত শিলচৰত আৰু ১০, ১১ মে’ত শ্বিলঙত বিভিন্ন দল-সংগঠনৰ মতামত ল’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

August 24, 2025 12:01 pm
চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am
চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

August 24, 2025 10:33 am
‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

August 24, 2025 9:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

August 24, 2025 12:01 pm
চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd