• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জিৰ’ পইণ্ট বিবাদৰ বাবে স্তব্ধ অসম-মেঘালয়ৰ সীমা জৰীপ

শিৱাশিস চক্ৰৱৰ্তী by শিৱাশিস চক্ৰৱৰ্তী
April 19, 2018 9:41 pm
assam mizoram border
135
VIEWS
Share on FacebookShare on Twitter

জিৰ’ পইণ্ট বিবাদৰ ফলত ঢোলচেৰা-ফাইছেন এলেকাত অসম আৰু মেঘালয়ৰ দ্বাৰা আৰম্ভ কৰা যুটীয়া জৰীপ কাৰ্য বন্ধ কৰি দিবলগীয়া হৈছে বুলি জানিব পৰা গৈছে। সিদ্ধান্ত মৰ্মে জিৰ’ পইণ্টৰ বিষয়ত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনাৰ পাছত পুনৰাই জৰীপ আৰ্মভ কৰা হ’ব।

দুইখন চুবুৰীয়া ৰাজ্যৰ মাজৰ সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে ৯ এপ্ৰিলত কাচাৰৰ ঢোলাইত এখন যুটীয়া আলোচনাচক্ৰৰ আয়োজন কৰা হৈছিল। উক্ত সভাত দুয়োখন ৰাজ্যৰ বন বিষয়া, স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ বিষয়াসকল উপস্থিত আছিল।ইয়াতেই যৌথ জৰীপৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

দুই ৰাজ্যৰ প্ৰতিনিধিসকলৰ উপস্থিতিত ১২ আৰু ১৩ এপ্ৰিলত কচুৰতল এলেকাত সুকলমে জৰীপ সম্পন্ন কৰা হৈছিল।বুধবাৰে হাইলাকান্দিৰ ডি এফ অ’ নাজমুল হুছেইন মজুমদাৰ আৰু কোলাছিবৰ (মিজোৰাম)ডি এফ অ’ লালনুন জিৰা আৰু আগুৱাই জৰীপ কৰাৰ বাবে ঢোলচেৰা এলেকাত আহি উপস্থিত হয়। তেতিয়াই মিজোৰামৰ প্ৰতিনিধিসকলে ফাইছেনত অবস্থিত সীমাৰ খুটি এটা জিৰ’ পইণ্টত অন্তৰ্ভুক্ত কৰাৰ বাবে জোৰ দিয়ে। নাজমুল হুছেইনে এই প্ৰস্তাৱৰ বিৰোধিতা কৰে।

হুছেইনে যুক্তি দৰ্শায় যে ফাইছেন যিহেতু অসমৰ ভিতৰুৱা ইয়াক জিৰ’ পইণ্ট হিচাপে ধৰিব পৰা নাযায়। নথিৰ সহায়ত তেওঁ দেখুৱাই ৰমজানি নালাৰ সিপাৰে ১০ কিলোমিটাৰ দূৰত অসম-মিজোৰাম সীমা বুলি দাবী কৰে।

যদিওবা হুছেইনে ফাইছেনৰ খুটিক জিৰ’ পইণ্ট বুলি ধৰিবলৈ সম্পূৰ্ণ অমান্তি হোৱা নাছিল, মিজোৰামৰ প্ৰতিনিধিসকলে ফাইছেনৰ পৰা ২ কি:মি: উজনি আৰু নামনিলৈ জিৰ’ পইণ্ট হিচাপে ধৰিবলৈ কৌতুহল প্ৰকাশ কৰাত বিবাদৰ উৎপত্তি হয়।

উল্লেখ্য জিৰ’ পইণ্ট হিচাপে ধৰিবলৈ ফাইছেন এলেকাত  নতুনকৈ খুটি পোতা হৈছে, যাৰ বাবে ডি এফ অ’ মজুমদাৰ আৰু অন্যসকল সন্দেহপ্ৰৱণ হৈছে।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd