• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ডিআইডি লিটল মাষ্টাৰ্ছৰ চিজন ৪ত সহ ঘোষিকাৰ দায়িত্বত ‘ড্ৰামেবাজ’ তমন্না

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2018 11:31 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় টেলিভিশ্যনৰ জৰিয়তে অসমৰ মানসী চহৰীয়া আৰু বিকাশ শৰ্মাই সকলোৰে হৃদয় জিনিবলৈ সক্ষম হোৱাৰ পাছতে এতিয়া ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত জিলিকিছে আন এগৰাকী অসম সন্তান তমন্না দীপক ।

ৰাষ্ট্ৰীয় টেলিভিশ্যন জি টিভি যোগে সম্প্ৰচাৰিত জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ডিআইডি লিটল মাষ্টাৰ্ছৰ চিজন ৪ত এইবাৰ নলবাৰীৰ তমন্না দীপক। তমন্না পিছে এইবাৰ প্ৰতিযোগী হিচাপে নহয়, শ্ব’টোৰ সহকাৰী ঘোষিকা হিচাপেহে সকলো দৰ্শককে আপ্লুত কৰিবলৈ ওলাইছে।

উল্লেখ্য যে পোন প্ৰথমবাৰৰ বাবে এনেদৰে অসমৰ শিশুৱে ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত কোনো ৰিয়েলিটি শ্ব’ৰ ঘোষিকা হিচাপে দায়িত্ব পালন কৰাৰ সুযোগ লাভ কৰিছে। অতি প্ৰতিভাৱান তথা বলীউড ক্ষেত্ৰৰ পৰা অনুপ্ৰাণিত তমন্যাই ইতিমধ্যে নিজৰ প্ৰতিভাৰ উমান দি থৈছে ইণ্ডিয়াজ বেষ্ট ড্ৰামেবাজ চিজন ২ৰ জৰিয়তে।

ৰিয়েলিটি শ্ব’ ইণ্ডিয়াজ বেষ্ট ড্ৰামেবাজৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা তমন্নাই ইতিমধ্যে বিভিন্ন বিজ্ঞাপনত অভিনয় আৰু জি টিভিৰ এৱাৰ্ড প্ৰগ্ৰেমতো ঘোষিকা হিচাপে দায়িত্ব পালন কৰিছে।

বাকপটুতা আৰু কথনশৈলীৰে সুন্দৰ উপস্থাপনৰ বাবে এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰা তমন্না দীপক এতিয়া সাজু হৈছে ডিআইডি লিটল মাষ্টাৰ্ছৰ জৰিয়তে দৰ্শকক আকৰ্ষিত কৰিবলৈ।

উল্লেখ্য যে জি টিভি যোগে প্ৰচাৰিত ৰিয়েলিটি শ্ব’ ডিআইডি লিটল মাষ্টাৰ্ছৰ এইবাৰ চতুৰ্থ সংস্কৰণ। ১৬ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্বত থাকিব মোহময়ী অভিনেত্ৰী চিত্ৰংগদা সিং আৰু ছবি পৰিচালক সিদ্ধাৰ্থ আনন্দ।

Tamanna deepak

এই ১৬গৰাকী প্ৰতিযোগীৰ থাকিব একোজনকৈ কেপ্তেইন। আৰু কেপ্তেইন কেইজনৰ দায়িত্বত থাকিব চাৰিজনকৈ প্ৰতিযোগী। মনকৰিবলগীয়া যে এইবাৰ শ্ব’টোৰ অন্যতম কেপ্তেইন হিচাপে থাকিব আন এগৰাকী অসম সন্তান তথা ডিআইডি লিটল মাষ্টাৰ্ছৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন জীতুমণি কলিতা।

দীপক চৌধুৰী আৰু অৰুণিমা ভূঞাৰ সু-সন্তান তমন্না দীপক বৰ্তমান দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী। তমন্নাৰ এই সাফল্যত সমগ্ৰ অসমবাসীৰ লগতে নলবাৰীবাসীয়েও জনাইছে আন্তৰিক শুভকামনা।

নৰ্থ-ইষ্ট নাওৰ পৰিয়ালৰ তৰফৰ পৰাও তমন্নাক আগবঢ়াইছো অলেখ শুভকামনা আৰু মৰম।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

September 9, 2025 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd