• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জুন-জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বগীবিল দলঙৰ নিৰ্মাণৰ কাম : ৰে’ল বিভাগৰ মুখ্য অভিযন্তা মহেন্দ্ৰ সিঙ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2018 10:00 pm
101
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা বগীবিল দলংখন আগবাঢ়িছে সম্পূৰ্ণ দিশত। অহা জুন-জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব দলঙৰ নিৰ্মাণৰ কাম। সোমবাৰে এই কথা সদৰী কৰে বগীবিল প্ৰকল্পৰ বাবে নিয়োজিত ৰে’ল বিভাগৰ মুখ্য অভিযন্তা মহেন্দ্ৰ সিঙে।

প্ৰাপ্ত তথ্য মতে উত্তৰ পাৰৰ চিচি বৰগাঁৱৰ পৰা বগীবিল দলঙলৈকে ৰেলপথছোৱা সম্পূৰ্ণ হৈ উঠিছে। আৰু বাকী ৰোৱা কাম সম্পূৰ্ণ কৰাৰ বাবে ৰে’ল বিভাগে ক্ষীপ্ৰতাৰে কাম কৰিছে।

আনহাতে অহা ২৮ মাৰ্চত উত্তৰ পাৰৰ ৰে’লপথত পৰীক্ষামূলক ৰে’লৰ ইঞ্জিন চলিব বুলিব জানিব পৰা গৈছে। ২৮ মাৰ্চত ৰেল পথত চলিব লগীয়া পৰীক্ষামূলক কাৰ্যসূচী মুকলি কৰিব ৰেল বিভাগৰ কমিছনাৰে।

লগতে বিভাগীয় সূত্ৰ পৰা জানিব পৰা মতে উক্ত দিনটোত চিচি বৰগাঁও আৰু টঙানী ষ্টেচনৰ মাজত এখন যাত্ৰীবাহী ৰেল ঘোষণা কৰাৰ সম্ভাৱনা আছে। যিটো ধেমাজি লখিমপুৰ বাসীৰ বাবে সু-খবৰ।

উল্লেখযোগ্য যে ৰে’ল বিভাগৰ তৰফৰ পৰা জুন মাহত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব বুলি কোৱা হৈছে যদিও আজিলৈকে দলংখনৰ মুঠ ৪১ টা স্পানৰ ৩০ টা স্পানৰ ঢালাইৰ কামহে সম্পূৰ্ণ হৈছে। বাকী ৩১ নম্বৰৰ স্পানৰ কাম চলি থকাৰ লগতে বাকী ১০ টা স্পানৰ কাম সম্পূৰ্ণ বাকী।তেনেস্থলত মুখ্য অভিযন্তাজনে জনোৱা অনুসৰি জুন মাহৰ ভিতৰত ৰে’ল বিভাগে কেনেদৰে কাম সম্পূৰ্ণ কৰিব সেই ক্ষেত্ৰত স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

Recent News

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd