• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টংলাত সদৌ অসম নন্ ৰেংকিং বেডমিন্টন প্ৰতিযোগিতা আৰম্ভ

ছাজিদ খান by ছাজিদ খান
December 17, 2017 11:23 am
ওদালগুৰিৰ জিলা ক্ৰীড়া বিষয়া ভূপেন ৰাভাই শনিবাৰে টংলাৰ চমুৱাপাৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত বেডমিন্টন প্ৰতিযোগিতাখন মুকলি কৰাৰ মুহূৰ্তত

ওদালগুৰিৰ জিলা ক্ৰীড়া বিষয়া ভূপেন ৰাভাই শনিবাৰে টংলাৰ চমুৱাপাৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত বেডমিন্টন প্ৰতিযোগিতাখন মুকলি কৰাৰ মুহূৰ্তত

410
VIEWS
Share on FacebookShare on Twitter

টংলা বড়োলেণ্ড ছহিদ সোঁৱৰণি বেডমিন্টন প্ৰতিযোগিতা সমিতিৰ উদ্যোগত আৰু এবছুৰ টংলা গোটৰ সহযোগত ওদালগুৰিৰ টংলাৰ চমুৱাপাৰা প্ৰাথমিক বিদ্যালয় চৌহদত দুদিন ধৰি চলিবলগীয়া সদৌ অসম নন্ ৰেংকিং বেডমিন্টন প্ৰতিযোগিতা-২০১৭’ খন শনিবাৰে সন্ধিয়া মুকলি কৰা হয়।

ক্ৰীড়া প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে ওদালগুৰিৰ জিলা ক্ৰীড়া বিষয়া ভূপেন ৰাভাই। ইয়াৰ আগেয়ে বড়োলেণ্ড জনজাতি সৰক্ষা মঞ্চ আৰু সদৌ বড়ো ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তাসকলে বড়ো আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়।

প্ৰতিযোগিতাখনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনত বিজয়ীয়ে নগদ ২০,০০০ টকা আৰু ৰাণাৰ্চ আপে ১০,০০০ টকাৰ পুৰস্কাৰ লাভ কৰিব। তদুপৰি, নগদ ধনৰ লগতে ট্ৰফী আৰু প্ৰমাণ পত্ৰও দিয়া হ’ব।

পুৰুষৰ দ্বৈত শাখাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত প্ৰতিযোগীয়ে অংশগ্ৰহণৰ বাবে দেখুওৱা ব্যাপক সঁহাৰিয়ে আয়োজকক উৎসাহিত কৰি তুলিছে।

 

 

Recent News

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd