• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডাঠ কুঁৱলীৰ বাবে পৰিবহন ব্যৱস্থাত বাধা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2017 11:51 am
176
VIEWS
Share on FacebookShare on Twitter

ঘন তথা ডাঠ কুঁৱলীৰ বাবে সাধাৰণ জন-জীৱন ব্যাহত হোৱাৰ উপৰিও আজি ১০ বজা পৰ্যন্ত লোকপ্ৰিয় গোপিনাথ বৰদলৈ বিমান বন্দৰত এখনো বিমানে অৱতৰন কৰিব পৰা নায়। উল্লেখযোগ্য যে ঘন কুঁৱলীয়ে আকাশ মাৰ্গ আৱৰি ৰখাৰ বাবে যোৱা শণিবাৰে দুখন বিমান বাতিল হৈছিল। কিন্তু আজি এই পৰ্যন্ত এখনো বিমানে অৱতৰন কৰিব পৰা নাই যদিও বিমান বাতিল কৰা হোৱা নাই বুলি বিভাগীয় কৰ্তৃপক্ষই আমাক জানিবলৈ দিয়ে। মন কৰিবলগীয়া কথা যে সমাজকৰ্মী তথা গান্ধীবাদী নেতা আন্না হাজাৰে উভটিব লগীয়া এয়াৰ ইণ্ডিয়াৰ বিমান খনো কুঁৱলীৰ বাবে বাতিল হৈছিল আৰু বহু সময় ধৰি তেওঁ বিমান বন্দৰতে আৱদ্ধ হবলগীয়া হৈছিল।

উল্লেখণীয় যে কুঁৱলীৰ বাবে উত্তৰ-পূব সংযোগী ৰেলৰ চলাচলতো ব্যাপক পৰিমাণে বাধা অহা পৰিলক্ষিত হৈছে। প্ৰাপ্ত খবৰ অনুসৰি গুৱাহাটী অভিমুখি বিমান বহু সময় অনুসৰি কলিকতাত আৱদ্ধ হৈ আছে। যাৰ ফলত কলিকতা তথা গুৱাহাটী বিমান বন্দৰত শ শ লোক আৱদ্ধ হৈ আছে আৰু অশ্বস্তিত ভুগিছে। আনহাতে ডাঠ কুঁৱলীৰ বাবে অহা ৪৮ ঘণ্টাত উত্তৰ ভাৰতৰ পৰা আহিবলগীয়া সকলো ৰেল দেৰিকৈ আহি পাব। কিন্তু কোনো ৰেলৰ চলাচল বাতিল কৰা হোৱা নাই বুলি উত্তৰ-পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই আমাক জনায়। ৰেলৰ সময়সূচী সলনি হোৱা বাবে এতিয়া যাত্ৰী সকলৰ মাজত অৱৰ্ণণীয় পৰিৱেশৰ সৃষ্টি হৈছে। ডাঠ কুঁৱলীৰ বাবে বিমান সেৱা, ৰেল সেৱাৰ উপৰি জল পৰিবহন আৰু স্থল পৰিবহনতো যথেষ্ট প্ৰভাব পৰিছে।

 

Recent News

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd