• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ত হোৱা ক্ৰিকেট প্ৰতিযোগিতাৰ খেলত জয়ী গুৱাহাটী টাউন ক্লাব আৰু ডিব্ৰুগড় ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
February 6, 2018 8:33 pm
dibrugarh cricket

ডিব্ৰুগড়ৰ ক্ৰিকেট প্ৰতিযোগিতা

105
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ত হোৱা ৩য় সংখ্যক জে’ কে’ এম সদৌ ভাৰত ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ খেলত গুৱাহাটী টাউন ক্লাব আৰু ডিব্ৰুগড় ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰই বিজয় সাব্যস্ত কৰিছে।

ডিব্ৰুগড় ক্ৰিকেট ক্লাবে গুৱাহাটীৰ চিটি ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰক ১০ ৰানত পৰাজিত কৰে।

প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ডিব্ৰুগড়ৰ দলটোৱে ২০ অ’ভাৰত ৭ টা ৱিকেট হেৰুৱাই ১২৭ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ চাওমিন চাওখাও বৰুৱাই ২৬ টা বলত ৫৩ ৰান আৰু দেৱাঞ্জন তিনচিনাই ২৫ ৰানৰ বৰঙনি আগবঢ়াই।

প্ৰতিদ্বন্দ্বী গুৱাহাটী দলটোৰ হৈ ৰোহিত ৰাওনিয়াৰ আৰু দেৱাশিস শইকীয়াই ১৮ আৰু ৬ ৰানৰ বিনিময়ত দুটাকৈ ৱিকেট দখল কৰে।

প্ৰত্যুত্তৰত গুৱাহাটীৰ দলটোৱে ২০ অ’ভাৰত ৮টা ৱিকেট হেৰুৱাই ১১০ ৰানহে কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ সুনীল গগৈয়ে ৩৭টা বলত ৩১ আৰু ৰাহুল হাজৰিকাই ২২ ৰান কৰে।

ডিব্ৰুগড় দলটোৰ হৈ দিপেন গগৈয়ে ৪টা আৰু সুনীল লাচিতে ২টা ৱিকেট দখল কৰে। দিপেন গগৈক শ্ৰেষ্ঠ খেলুৱৈ ঘোষণা কৰা হয়।

আনখন খেলত গুৱাহাটী টাউন ক্লাবে ফিনিক্স ক্ৰিকেট ক্লাবক ২ ৱিকেটত পৰাজিত কৰে।

প্ৰথমে বেট ধৰি ফিনিক্সে ২০ অ’ভাৰত ১০২ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ নাছিৰ উল্লাহে ৩৩টা বলত ৩৩ ৰান কৰে।

টাউন ক্লাবৰ হৈ সীমাব্ত নেওগীয়ে ৪টা ৱিকেট দখল কৰে।

প্ৰত্যুত্তৰত টাউন ক্লাবে ৮টা ৱিকেটৰ বিনিময়ত ১০৭ ৰান কৰে। দলটোৰ হৈ গোবিন্দ ৰাজবংশী আৰু নয়নজ্যোতি ডেকাই ২২ ৰানকৈ সংগ্ৰহ কৰে।

ফিনিক্সৰ হৈ ৰাজিন্দৰ লালে ৩টা ৱিকেট লয়।

ডিব্ৰুগড় ক্ৰিকেট ক্লাবে এই প্ৰতিযোগিতাখনৰ আয়োজন কৰিছে।

Recent News

ইছৰ’ৰ বাণিজ্যিক শাখা এণ্ট্ৰিক্সৰ বিৰুদ্ধে ১.২৯ বিলিয়ন ডলাৰৰ গোচৰ আগবঢ়াই নিয়াৰ নিৰ্দেশ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

ইছৰ’ৰ বাণিজ্যিক শাখা এণ্ট্ৰিক্সৰ বিৰুদ্ধে ১.২৯ বিলিয়ন ডলাৰৰ গোচৰ আগবঢ়াই নিয়াৰ নিৰ্দেশ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

৯ জুনত লণ্ডনত অনুষ্ঠিত হ’ব চীন-আমেৰিকাৰ বাণিজ্যিক আলোচনা! ঘোষণা কৰিলে ৰাষ্ট্ৰপাতি ড’নাল্ড ট্ৰাম্পে

৯ জুনত লণ্ডনত অনুষ্ঠিত হ’ব চীন-আমেৰিকাৰ বাণিজ্যিক আলোচনা! ঘোষণা কৰিলে ৰাষ্ট্ৰপাতি ড’নাল্ড ট্ৰাম্পে

নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান…

নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান…

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd