• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড় বিশ্ববিদ্যালয় মহিলা ভলীবলত ফিজিকেল এডুকেইশ্যন চূড়ান্ত বিজয়ী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2018 10:03 am
DibrugarhUniversity
279
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰৱাস আৰু আন্তঃবিভাগৰ উদ্যোগত অনুষ্ঠিত প্ৰাইজমানি মহিলা ভলীবল প্ৰতিযোগিতাত বিশ্ববিদ্যালয়ৰ ফিজিকেল এডুকেইশ্যন বিভাগে চূড়ান্ত বিজয়ী হৈছে।

ইয়াৰ পূৰ্বে ছেমি ফাইনেলত ফিজিকেল এডুকেইশ্যন ডিপাৰ্টমেণ্টে এডুকেইশ্যন বিভাগক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিছিল। আনহাতে ৰানাৰ্ছ-আপ হয় বিশ্ববিদ্যালয়ৰ ফার্মাচিউটিক্যাল ছাইন্স বিভাগ।

যোৱা শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত প্ৰাইজমানি প্ৰতিযোগিতাখনত মুঠ ২৮টা দলে অংশগ্ৰহণ কৰিছিল।

কুসুম দিহিঙীয়াৰ নেতৃত্বৰ ফিজিকেল এডুকেইশ্যন বিভাগ আৰু ময়ূৰী ফুকনৰ নেতৃত্বৰ ফার্মাচিউটিক্যাল ছাইন্স বিভাগৰ মাজত হোৱা চূড়ান্ত খেলখন বেচ উত্তেজনাপূৰ্ণ হৈ উঠাৰ লগতে দৰ্শকৰ বাবেও উপভোগ্য হৈ উঠিছলি ৷

বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ পল্লৱী ডেকা বেজৰবৰুৱা, অধ্যাপক তথা মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰ নিৱাসৰ ৱাৰ্ডেন ড০ প্ৰাণজিৎ বৰা, ফিজিকেল এডুকেইশ্যন কেন্দ্ৰৰ সহকাৰী অধ্যাপক বিমল চন্দ্ৰ গগৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ সন্থাৰ সভাপতি উত্তৰণ গোস্বামী আৰু সাধাৰণ সম্পাদক ডেভিদ হাজৰিকাই বিজয়ী দলকেইটাক ট্ৰফি, মানপত্ৰ, নগদ ধন আৰু মেডেল প্ৰদান কৰে। ফার্মাচিউটিক্যাল ছাইন্স বিভাগৰ খেলুৱৈ ময়ূৰী ফুকন প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ‌ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

Recent News

পুৰীৰ ৰথ যাত্ৰাত বিশৃংখল পৰিস্থিতি! পদপিষ্ট হৈ তিনিজন লোকৰ মৃত্যু হয়, বহু লোক আহত

পুৰীৰ ৰথ যাত্ৰাত বিশৃংখল পৰিস্থিতি! পদপিষ্ট হৈ তিনিজন লোকৰ মৃত্যু হয়, বহু লোক আহত

২০০০ কোটি টকাৰ বাৰ্ষিক দৰমহা, ব্যক্তিগত বিমান, ৰান্ধনী-কৰ্মচাৰীৰ সৈতে ‘আল নাছৰ’ৰ সৈতে চুক্তি স্বাক্ষৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

২০০০ কোটি টকাৰ বাৰ্ষিক দৰমহা, ব্যক্তিগত বিমান, ৰান্ধনী-কৰ্মচাৰীৰ সৈতে ‘আল নাছৰ’ৰ সৈতে চুক্তি স্বাক্ষৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

‘মই কৈছো, লিখি থওক…’, বিহাৰ নিৰ্বাচনক লৈ প্ৰশান্ত কিশোৰৰ বিস্ফোৰক দাবী

‘মই কৈছো, লিখি থওক…’, বিহাৰ নিৰ্বাচনক লৈ প্ৰশান্ত কিশোৰৰ বিস্ফোৰক দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd