• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমৌত পাঁচ কিলোগ্ৰাম ওজনৰ সন্তান প্ৰসৱ কৰোৱাত সফল হ’ল ডিমৌ আদৰ্শ চিকিৎসালয়ৰ প্ৰসূতি বিভাগ

হিতোজ্জ্বল চেতিয়া by হিতোজ্জ্বল চেতিয়া
December 7, 2017 12:38 pm
ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক কৰ্মচাৰী।

ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক কৰ্মচাৰী।

141
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমৌ আদৰ্শ চিকিৎসালয়ৰ প্ৰসূতি বিভাগটোৱে জিলাখনৰ ভিতৰতে শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰাৰ কেইদিনমানৰ পাছতে যোৱা ৫ ডিচেম্বৰত বিভাগটোৰ চিকিৎসকসকলে আন এক সফলতা লাভ কৰিছে। তেওঁলোক স্বাভাৱিকতকৈ বহু বেছি ওজনৰ সন্তান ধাৰণ কৰা এগৰাকী প্ৰসূতিক সফল অস্ত্ৰোপচাৰ জৰিয়তে এটি সুস্থ সন্তান জন্ম দিয়াবলৈ সক্ষম হয়। ৫ কেজি ওজনৰ পুত্ৰ সন্তানটি প্ৰসৱ কৰা মহিলাগৰাকীৰ নাম হ’ল ৰুবী চেতিয়া। তেওঁৰ স্বামীৰ নাম নোমল চেতিয়া। তেওঁলোকৰ ঘৰ ডিমৌৰ আঠাবাৰীত। উল্লেখযোগ্য যে জন্মৰ সময়ত এটি সন্তানৰ গড় ওজন হ’ল ২.৭ কিলোগ্ৰাম। গতিকে গড় ওজনতকৈ প্ৰায় দুগুণ ওজনৰ এই সন্তানটিক প্ৰসৱ কৰোৱাত যথেষ্ট জটিলতা আছিল। কিন্তু দক্ষ চিকিৎসক-নাৰ্ছৰ দলটোৱে এই কামটো সফলতাৰে কৰে। এই অস্ত্ৰোপচাৰৰ দায়িত্বত আছিল ডাঃ সীমান্তজ‍্যোতি টায়ে, সংজ্ঞাহাৰক চিকিৎসক সুৰজিৎ গিৰি, ডিম্পী দাস আৰু নীলোৎপল শৰ্মা। তেওঁলোকে প্ৰায় ডেৰ ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত সফলতাৰ মুখ দেখে আৰু সন্তান তথা মাতৃক স্বাভাৱিক তথা সুস্থভাৱে ৰাখিবলৈ সক্ষম হয়। উল্লেখযোগ‍্য যে ডিমৌ আদৰ্শ চিকিৎসালয়ৰ প্ৰসূতি বিভাগ যোৱা নৱেম্বৰ মাহত ৬৫টাকৈ সফল অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তান প্ৰসৱ কৰোৱাত সফল হয়।

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd