• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰত আৰম্ভ হৈছে উদ্যোগ ও বাণিজ্য মেলা

দীপ কুমাৰ কলিতা by দীপ কুমাৰ কলিতা
December 17, 2017 12:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেজপুৰৰ চাৰ্চ ফিল্ডত শনিবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ‘উদ্যম ২০১৭’ শীৰ্ষক এখনি ঔদ্যোগিক তথা ব্যৱসায়িক বিষয়ৰ বাণিজ্য মেলা আৰম্ভ হৈছে।

এই শুভাৰম্ভ কাৰ্যসূচীটো মুকলি কৰে ভাৰতীয় জনতা পাৰ্টিৰ তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই। অনুষ্ঠানটোত আন বহুতৰ উপৰিও উপস্থিত থকা বিশিষ্ট ব্যক্তিৰ ভিতৰত আছিল তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘল, শোণিতপুৰৰ উপায়ুক্ত মনোজ কুমাৰ ডেকা, উত্তৰ অসম চেম্বাৰ্ছ অফ্ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰিৰ তেজপুৰৰ সভাপতি আৰু সম্পাদক ক্ৰমে নীলেশ কুমাৰ আগৰৱালা আৰু সুনীল পান্তি, শোণিতপুৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহাপ্ৰৱন্ধক মোহন চন্দ্ৰ ডেকা আৰু লঘু উদ্যোগ ভাৰতীৰ তেজপুৰ খণ্ডৰ সভাপতি মদন মোহন সিং।

লঘু উদ্যোগ ভাৰতী আৰু উত্তৰ অসম চেম্বাৰ্ছ অফ্ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰিৰ তেজপুৰ শাখাৰ সহযোগত ৰাজ্যিক উদ্যোগ আৰু বাণিজ্য বিভাগে এই মেলা খন আয়োজন কৰিছে। এই অনুষ্ঠানটোৰ মুখ্য প্ৰযোজক হৈছে পতঞ্জলি আৰু ভাৰতীয় ষ্টেট বেংক। উদ্বোধনী অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায় শোণিতপুৰ জিলা উদ্যোগ কেন্দ্ৰৰ মহা প্ৰৱন্ধক এম চি ডেকাই।

উদ্বোধনী ভাষণত সাংসদ আৰ পি শৰ্মাই দেশৰ মুঠ লঘু তথা ক্ষুদ্ৰ উদ্যোগৰ ৯৯ শতাংশ উদ্যোগ গঠনৰ ক্ষেত্ৰত অৰিহনা যোগোৱা লঘু উদ্যোগ ভাৰতীৰ প্ৰশংসা কৰে। শৰ্মাই লঘু উদ্যোগে নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত এক বৃহৎ ভূমিকা পালন কৰিছে বুলি কয়।

এই বাণিজ্য মেলাই অসমত উদ্যোগৰ সুযোগ আৰু সক্ষমতাৰ দিশত আলোকপাত কৰিব। ই লঘু আৰু ক্ষুদ্ৰ ঔদ্যোগিক খণ্ডক তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ তুলি দৰাৰ লগতে বিপণনৰ সূত্ৰ বিচৰাৰ সুযোগ লাভ কৰিব।

উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ৰাজ্যখনৰ ২০০ তকৈয়ো অধিক বিভিন্ন উদ্যোগক প্ৰতিনিধিত্ব কৰা বিপণীয়ে এই মেলাত অংশ গ্ৰহণ কৰিছে। এই মেলাই উদ্যোগ বিভাগ আৰু বিনিয়োগকাৰীক একেখন মঞ্চতে মত বিনিময় কৰাৰ তথা প্ৰস্তাৱ দাঙি ধৰাৰ সুযোগ দিব।

 

 

দীপ কুমাৰ কলিতা

দীপ কুমাৰ কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

September 8, 2025 8:50 pm
কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

September 8, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd