• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাত ক্ৰীড়াৰ উন্নয়নৰ বাবে বিশেষ গুৰুত্ব দিয়াৰ পোষকতা ৰাজ্যিক ক্ৰীড়া মন্ত্ৰীৰ

পান্না ঘোষ by পান্না ঘোষ
March 18, 2018 12:47 pm
Tripura
115
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ নৱ নিযুক্ত ক্ৰীড়া মন্ত্ৰী মণোজ কান্তি দেৱে ৰাজ্যখনত ক্ৰীড়াৰ উন্নয়নৰ বাবে বিশেষ গুৰুত্ব দিয়াৰ পোষকতা কৰিছে।

শনিবাৰে মন্ত্ৰী দেৱে উত্তৰ ত্ৰিপুৰাৰ পানীসাগৰত অৱস্থিত ৰিজিঅ’নেল কলেজ অৱ ফিজিকেল এডুকেশ্যন স্প’ৰ্টছ কমপ্লেক্স পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে।

উক্ত পৰিদৰ্শনৰ সময়ছোৱাতে মন্ত্ৰীগৰাকীক স্প’ৰ্টছ কমপ্লেক্সৰ কৰ্মকৰ্তা সকলে সম্বৰ্ধনাও জ্ঞাপন কৰে। পাছত সাংবাদিকৰে হোৱা মত বিনিময়ত মন্ত্ৰী দেৱে কয়ঃ ‘বাওঁ দলৰ সুদীৰ্ঘ শাসনৰ সময়ছোৱাত ৰাজ্যত ক্ৰীড়াৰ উন্নয়নৰ বাবে বা প্ৰতিভাৱান খেলুৱৈ সকলক এখন মঞ্চ দিয়াৰ বাবে কোনো উদ্যোগ গ্ৰহণ কৰা নহ’ল। বিভাগটোত সোঁৱে-বাঁওে কেৱল দুৰ্নীতি সংঘটিত কৰিলে একাংশই।

tripuraআনহাতে অলিম্পিকত পদক বিজয়ী জিমনাষ্ট দীপা কৰ্মকাৰৰ বাহিৰে ত্ৰিপুৰাত ৰাজ্যিক বা ৰাষ্ট্ৰীয় স্তৰত সাফল্য লাভ কৰা খেলুৱৈ নাই বুলিও আক্ষেপ প্ৰকাশ কৰি মন্ত্ৰী দেৱে কয় যে এতিয়াৰে পৰা ৰাজ্যখনৰ খেলুৱৈ সকলে যাতে এখন উপযুক্ত মঞ্চ লাভ কৰি উজলি উঠিব পাৰে তাৰ বাবে নতুন চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব।

উল্লেখ্য যে ৰাজ্যখনৰ নৱ নিযুক্ত ক্ৰীড়া মন্ত্ৰী মণোজ কান্তি দেৱক এই পৰিদৰ্শন কালত সংগ দিয়ে স্থানীয় বিধায়ক বিভূতি ভূষণ দাসৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে।

 

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd