• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাৰ অপহৃত বেংক বিষয়া ৰক্তিম ভৌমিকৰ সংবাদমেল

এন ই নাও নিউজ ব্যুৰো: by এন ই নাও নিউজ ব্যুৰো:
December 3, 2017 1:59 pm
98
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৪ নৱেম্বৰত ত্ৰিপুৰাৰ গ্ৰামীণ বেংকৰ চাৰিজন কৰ্মচাৰীক বেংকৰ কাম-কাজ সম্পন্ন কৰি ঘৰলৈ ওভতাৰ পথত ১৫ জনীয় এটা বৃহৎ দলে অপহৰণ কৰে। অপহৰণকাৰী দলটোৱে বেংক কৰ্মচাৰী কেইজনৰ মুক্তিৰ বিনিময়ত পৰিয়ালৰ লোকক বৃহৎ পৰিমাণৰ ধনৰাশি দাবী কৰিছিল। পিছত পৰিয়ালৰ লোকে ৫০ লাখ টকা অপহৰণকাৰীৰ কথা মতে মানিক বজাৰৰ সুব্ৰত দেৱবাৰ্মাৰ ঘৰত দিয়ে। উক্ত ধনৰাশি লাভ কৰাৰ পিছত অপহৰণকাৰীৰ দলটোৱে অপহৃত বেংক কৰ্মচাৰী কেইজনক যোৱা শুক্ৰবাৰে মুক্তি কৰি দিয়ে বুলি অপহৃত বেংক বিষয়া ৰক্তিম ভৌমিকৰ দেউতাকে জানিবলৈ দিয়ে। আনহাতে অপহৃত ৰক্তিম ভৌমিকে কালি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে অপহৰণকাৰীৰ দলটোৱে তেওঁলোকক প্ৰথমে এখন মুকলি পথাৰত ৰাখি তাৰ পিছত এখন পাহাৰুৱা ঠাইলৈ লৈ যায়। শেহতীয়াকৈ তেলীয়ামূৰা আৰক্ষীয়ে জনোৱা মতে অপহৰণ কাণ্ডত জড়িত ৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা ৬ জনৰ ভিতৰত দুজন ক্ৰমে ৰাকেশ দেৱবাৰ্মা আৰু জি এন দেৱবাৰ্মাক বুলি জানিবলৈ  দিয়ে। লগতে ৰাকেশ দেৱবাৰ্মাৰ আগৰতলাৰ ঘৰৰ পৰা প্ৰায় ৫০ লাখ টকা জব্দ কৰা হৈছে বুলি তেলীয়ামূৰা আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Recent News

ৰাজস্থানৰ এখন বিদ্যালয়ৰ চাল ভাঙি মৃত্যু ৭ জনৰ! ৬০ জনতকৈ অধিক আবদ্ধ হৈ পৰাৰ আশংকা

ৰাজস্থানৰ এখন বিদ্যালয়ৰ চাল ভাঙি মৃত্যু ৭ জনৰ! ৬০ জনতকৈ অধিক আবদ্ধ হৈ পৰাৰ আশংকা

ডিব্ৰুগড়ত মন্ত্ৰীসকলৰ বাবে কাৰ্যালয় আৰু সন্মিলন কেন্দ্ৰৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

ডিব্ৰুগড়ত মন্ত্ৰীসকলৰ বাবে কাৰ্যালয় আৰু সন্মিলন কেন্দ্ৰৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

শিমলুগুৰিত গ্ৰীষ্ম ৰং হস্তকলা আৰু মৃৎ শিল্প কৰ্মশালা

শিমলুগুৰিত গ্ৰীষ্ম ৰং হস্তকলা আৰু মৃৎ শিল্প কৰ্মশালা

অসমৰ মুখ‍্যমন্ত্ৰীয়ে কি বিচাৰিছে?

অসমৰ মুখ‍্যমন্ত্ৰীয়ে কি বিচাৰিছে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd