• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাৰ নৱগঠিত বিজেপি-আইপিএফটি মিত্রজোঁট চৰকাৰৰ দপ্তৰ বিতৰণ

পিনাকী দাস by পিনাকী দাস
March 10, 2018 1:09 pm
Biplab.jpg
113
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাত বিপ্লৱ কুমাৰ দেৱ নেতৃত্বধীন বিজেপি-আইপিএফটি মিত্রজোঁট চৰকাৰখনৰ মন্ত্ৰী সকলৰ মাজত শনিবাৰে দপ্তৰ বিতৰণ কৰা হয়।

সেই অনুসৰি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে গৃহ, গড়কাপ্টানী, উদ্যোগ আৰু বাণিজ্য, সাধাৰণ প্ৰশাসন, শ্ৰম, তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা, য়ুডিডি বিভাগ নিজৰ লগত ৰখাৰ বিপৰীতে উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মাক শক্তি, বিত্ত, পি এণ্ড আৰডি, পৰিকল্পনা বিভাগৰ দায়িত্ব দিয়ে।

আনহাতে ৰতনলাল নাথক শিক্ষা, আইন, সংসদীয় পৰিক্ৰমা, সংখ্যালঘু, অন্যান্য পিছপৰা শ্ৰেনীৰ দায়িত্ব অৰ্পণ কৰে।

তদুপৰি  নৰেন্দ্ৰ চন্দ্ৰ দেৱবাৰ্মাক ৰাজহ আৰু ফিচাৰী বিভাগৰ দায়িত্ব দিয়া হয়।

একেদৰে সুদীপ ৰয় বৰ্মনক স্বাস্থ্য আৰু পৰিয়াল কল্যান, বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ বিভাগৰ দায়িত্ব অৰ্পণ কৰে মুখ্যমন্ত্ৰী দেৱে। আনহাতে প্ৰাণজিৎ সিনহাক কৃষি, পৰিবহণ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী পদ দিয়া হয়।

উল্লেখ্য যে ইয়াৰ বাহিৰে মনোজ কান্তি দেৱক ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা, খাদ্য, অসামৰিক যোগান, মেভাৰ কুমাৰ জামাতীয়াক বন আৰু পৰিৱেশ, জনজাতি কল্যান বিভাগৰ দায়িত্ব দিয়া হয়।

তদুপৰি নৱগঠিত ত্ৰিপুৰা বিধানসভাৰ একমাত্ৰ মহিলা প্ৰতিনিধি সান্ত্বনা চাকমাক সমাজ কল্যান আৰু সামাজিক শিক্ষা, বন্যপ্ৰানী সমল উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে।

মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ অধ্যক্ষতাত ত্ৰিপুৰা কেবিনেটৰ প্ৰথমখন বৈঠক

শেহতীয়া বাতৰি মতে দপ্তৰ বিতৰণৰ পাছতে আগৰতলাৰ সচিবালয়ত মুখ্যমন্ত্ৰী দেৱৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে ত্ৰিপুৰাৰ নতুন চৰকাৰখনৰ প্ৰথমখন কেবিনেট বৈঠক।

Recent News

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd