• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাৰ সাংবাদিক হত্যাক গৰিহণা ইউনেস্কোৰ

এন ই নিউজ ব্যুৰো, by এন ই নিউজ ব্যুৰো,
November 30, 2017 1:06 pm
120
VIEWS
Share on FacebookShare on Twitter

সংযুক্ত ৰাষ্ট্ৰৰ শৈক্ষিক, বিজ্ঞান তথা সাংস্কৃতিক সংস্থাই যোৱা কালি ত্ৰিপুৰাৰ সাংবাদিক সুদীপ দত্ত ভৌমিকৰ হত্যাৰ ঘটনাক গৰিহণা দিয়ে। ইউনেস্কোৰ মুৰব্বী আদ্ৰে আজুলে ভৌমিকৰ হত্যাক ‘চেঞ্চৰশ্বিপৰ চূড়ান্ত পৰ্যায়’ বুলি অভিহিত কৰিছে।

তেওঁ হত্যাকাৰীক আইনৰ বিচাৰলৈ অনাৰ গুৰুত্ব প্ৰদান কৰি কয় যে ‘সাংবাদিকসকলে তথ্য যোগানৰ জৰিয়তে সমাজলৈ এক মৌলিক বৰঙনি আগ বঢ়ায়, যিটোৱে ৰাজহুৱা বিতৰ্কক ঊৰ্ধ্বলৈ লৈ যোৱাত ইন্ধন যোগায়। সাংবাদিকৰ হত্যা চেঞ্চৰশ্বিপৰ চূড়ান্ত পৰ্যায়। সংবাদ মাধ্যমৰ বিৰুদ্ধে আক্ৰমণক সকীয়নি দিবলৈ এনেধৰণৰ অপৰাধৰ শাস্তি হোৱাটো প্ৰয়োজন।

Recent News

TATA IPL 2025: আহমেদাবাদত জিকিল পঞ্জাৱ, আঁতৰিল মুম্বাই; ফাইনেলত দেখা পোৱা নাযাব ৰোহিত-কোহলিৰ যুঁজ

TATA IPL 2025: আহমেদাবাদত জিকিল পঞ্জাৱ, আঁতৰিল মুম্বাই; ফাইনেলত দেখা পোৱা নাযাব ৰোহিত-কোহলিৰ যুঁজ

কোনবিধ ঔষধে জিভাৰ কৰ্কট ৰোগ নিৰাময় কৰিলে এই গৰাকী ব্ৰিটিছ মহিলাৰ? ভাৰততো চলি আছে ইয়াৰ ব্যৱহাৰ

কোনবিধ ঔষধে জিভাৰ কৰ্কট ৰোগ নিৰাময় কৰিলে এই গৰাকী ব্ৰিটিছ মহিলাৰ? ভাৰততো চলি আছে ইয়াৰ ব্যৱহাৰ

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd