• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অসমৰ ভৱজিৎ চৌধুৰীৰ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
March 4, 2018 12:53 pm
Bhabajit-Choudhury--570x320
110
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান এমটিভি ছুপাৰ ফাইট লিগৰ (SFL) গুজৰাট ৱাৰিয়ৰ্ছ দলটোৰ অধিনায়ক হিচাপে খেলি থকা অসমৰ ভৱজিত চৌধুৰীয়ে এখন গুৰুত্বপূৰ্ণ মেচত দিল্লীৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

বৰপেটা জিলাৰ বজালী মহকুমাৰ পাটাছাৰকুছিৰ বাসিন্দা ভৱজিৎ চৌধুৰী হৈছে দিগম্বৰ চৌধুৰী আৰু দেৱীৰাণী চৌধুৰীৰ সন্তান।

এই যোদ্ধাজনৰ জীৱন নানা ঘাত-প্ৰতিঘাতেৰে ভৰা আৰু সেই সকলো অতিক্ৰম কৰি চৌধুৰীয়ে সমৰকলাৰ ক্ষেত্ৰখনত তেওঁৰ সৰ্বোত্তম খিনি দিবলৈ সক্ষম হৈছে। তেওঁ ক্ৰমে ক্ৰমে উন্নত প্ৰদৰ্শনেৰে অধিক সামৰ্থ্যৱান তথা আত্মবিশ্বাসী হৈ আহিছে।

তেওঁ কুংফু, টাইকোৱানডো, মুৱাৱে থাই, কিক বক্সিং, মল্লযুদ্ধ, ব্ৰাজিলিয়ান যি-যুৎসু, ঊশ্বু আৰু মিশ্ৰ সমৰকলা (MMA)আদি সমৰকলাত শিক্ষা লাভ কৰাৰ লগতে সেইসমূহৰ প্ৰশিক্ষণো প্ৰদান কৰে।

২০১২ চনৰ পৰাই তেওঁ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত ভালেমান পদক লাভ কৰাৰ উপৰিও সমগ্ৰ দেশতেই কেইবাটাও পুৰস্কাৰ আৰু প্ৰশংসাপত্ৰ লাভ কৰিছে।

কিছুদিন পূৰ্বে চৌধুৰীয়ে ১৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত প্ৰথমখন মেচত তামিলনাডুৰ বিৰূদ্ধে জয় লাভ কৰিছিল।

কোৱাৰ্টাৰ ফাইনেলত বিজয় সাৱ্যস্ত কৰিব পাৰিলে চৌধুৰীয়ে ছেমিফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰাৰ লগতে প্ৰতিযোগিতাখনৰ ফাইনেল খেলাৰ আশাও সজীৱ কৰি তুলিব।

 

Recent News

বিয়া পাতিবলৈ আমেৰিকালৈ যোৱা ২৪ বছৰীয়া ভাৰতীয় যুৱতী নিৰুদ্দিষ্টঃ পৰিয়ালৰ মাজত উদ্বিগ্নতা

বিয়া পাতিবলৈ আমেৰিকালৈ যোৱা ২৪ বছৰীয়া ভাৰতীয় যুৱতী নিৰুদ্দিষ্টঃ পৰিয়ালৰ মাজত উদ্বিগ্নতা

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

অপৰাধী চিনাক্ত কৰিবলৈয়ো ‘সক্ষম’! ৰাজপথত থকা দেশীয় কুকুৰ ‘টাইগাৰ’ এতিয়া হৈ পৰিল ৰে’ল আৰক্ষীৰ সদস্য

অপৰাধী চিনাক্ত কৰিবলৈয়ো ‘সক্ষম’! ৰাজপথত থকা দেশীয় কুকুৰ ‘টাইগাৰ’ এতিয়া হৈ পৰিল ৰে’ল আৰক্ষীৰ সদস্য

এৰেঞ্জ মেৰেজৰ বাবে গৈ উপস্থিত হৈছিল আমেৰিকাত; বিয়াৰ পূৰ্বেই সন্ধানহীন ভাৰতীয় যুৱতী

এৰেঞ্জ মেৰেজৰ বাবে গৈ উপস্থিত হৈছিল আমেৰিকাত; বিয়াৰ পূৰ্বেই সন্ধানহীন ভাৰতীয় যুৱতী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd