• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্নীতি নিবাৰক শাখাৰ অভিযান : ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ ডিমৌৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
July 31, 2018 6:31 am
স্বাস্থ্যবিষয়া গ্ৰেপ্তাৰ
142
VIEWS
Share on FacebookShare on Twitter

চাকৰি বদলিৰ প্ৰলোভন দি ধন দাবী কৰি  হাতে-লোটে ধৰা পৰিল ডিমৌৰ স্বাস্থ‍্য বিভাগৰ এজন কৰ্মচাৰী।

সোমবাৰে সন্ধিয়া ডিমৌ মধুপুৰৰ স্থায়ী বাসিন্দা তথা শিৱসাগৰৰ স্বাস্থ্য বিভাগৰ উচ্চপদস্থ কৰ্মচাৰী বলো বৰগোঁহাইক এগৰাকী স্বাস্থ‍্যকৰ্মীক অন‍্য ঠাইলৈ বদলি কৰি দিয়াৰ নামত নগদ ধন লোৱাৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে।

পূৰ্বৰে পৰা বিভিন্নজনক চৰকাৰী চাকৰিৰ প্ৰদানৰ বিনিময়ত বৰগোঁহাইয়ে ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। সোমবাৰে সোণাৰীত কৰ্মৰত স্বাস্থ্যকৰ্মী অৰ্চনা পেগু নামৰ মহিলাগৰাকীক বদলিৰ প্ৰলোভন দি ধনদাবী কৰিছিল ধৃত বলো বৰগোঁহাইয়ে।

জানিব পৰা মতে মহিলা গৰাকীয়ে শিৱসাগৰ আৰক্ষী থানাত বলো বৰগোহাঁইৰ বিৰুদ্ধে অভিযোগ দিয়ে আৰু সোমবাৰে সন্ধিয়া ৫ বজাত শিৱসাগৰ আৰক্ষী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলৰ তৎপৰতাত ডিমৌৰ নিজা বাসগৃহৰ পৰা বলো বৰগোঁহাইক গ্ৰেপ্তাৰ কৰা হয়।

অভিযানকাৰী দলে অভিযানকালত অভিযুক্তৰ জিম্মাৰ পৰা নগদ ৩০ হাজাৰ টকা জব্দ কৰে। ইয়াৰ পূৰ্বেও বহুতো অভিযোগ থকা বলো বৰগোহাঁইক বৰ্তমান ডিমৌ আৰক্ষী থানাত ৰাখি জেৰা চলাই থকা হৈছে।

Recent News

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd