• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্বৃত্তৰ ভাবুকিৰ পৰিপ্ৰেক্ষিতত তৃতীয় দিনৰ বাবেও স্তব্ধ বগীবিল দলঙৰ নিৰ্মাণকাৰ্য

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
March 23, 2018 8:22 pm
bogibeel bridge
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি তৃতীয় দিনৰ বাবেও স্তব্ধ হৈ ৰৈছে বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য। দুদল ঠিকাদাৰৰ মাজৰ বিবাদৰ ফলত আৰু এদল দুৰ্বৃত্তই বনুৱাসকলক ভাবুকি দিয়াৰ ফলত এইদৰে দিনৰ পিছত দিন স্তব্ধ হৈ  ৰৈছে দলংখনৰ নিৰ্মাণকাৰ্য।

অভিযোগ অনুসৰি, দলংখনৰ মূল ঠিকাদাৰ এম/এছ হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানিৰ অভিযন্তা, কৰ্মচাৰী আৰু বনুৱাসকলক বেআইনী উপায়েৰে নিয়োগ বিচৰা দুৰ্বৃত্তৰ এটা দলে ভাবুকি প্ৰদান কৰিছিল।

এক নিৰ্ভযোগ্য সূত্ৰই জনোৱা মতে, ৪.৯৪ কি: মি: দৈৰ্ঘৰ এই দলংখনৰ ওপৰৰ গাঁথনিৰ কামৰ বাবে দুজন ঠিকাদাৰৰ অধীনত দুদল বনুৱাক নিয়োগ কৰা হৈছিল।  এদল বনুৱাক উত্তৰ পাৰৰ(ধেমাজিৰ ফালে) আৰু আনটো দলক দক্ষিণ পাৰৰ (ডিব্ৰুগড়ৰ ফালৰ) নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। কিন্তু যেতিয়াই পূৰ্বৰ চুক্তি ভংগ কৰি উত্তৰ ফালৰ বনুৱাৰ দলটোৱে দক্ষিণ ফালে নিৰ্মাণ কাৰ্য কৰিবলৈ ধৰে তেতিয়াই বিবাদৰ সূত্ৰপাত হয়।

এগৰাকী ৰেলৱে বিষয়াই জনোৱা মতে পৰস্পৰ সন্মতি সাপেক্ষে দুগৰাকী ঠিকদাৰে দলংখনৰ ওপৰৰ গাঁঠনিৰ ওপৰ মহলাৰ ২০ টাকৈ শ্লেবৰ কাম কৰাৰ কথা আছিল। কিন্তু উত্তৰ পাৰৰ ঠিকাদাৰজনে চুকতইক অৱমাননা কৰি ৩০ টা শ্লেব পকীকৰণৰ বাবে আগবাঢ়ে।  বুধবাৰে পুৱা দুয়োটা দলৰ মাজত এই লৈ সংঘাত হয় আৰু ফলত নিৰ্মাণৰ কাম সম্পূৰ্ণ বন্ধ হৈ পৰিছিল।

শুকুৰবাৰে আৰক্ষীয়ে দক্ষিণ পাৰৰ তিনিজন ঠিকাদাৰক গ্ৰেপ্তাৰ কৰি পিছত মুকলি কৰি দিছিল।

অতিৰিক্ত উপায়ুক্ত সুভন গোৱালাই ৰেলৱে আৰু এম/এছ হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানিৰ বিষয়া আৰু প্ৰতিনিধিসকলৰ সৈতে এখন আলোচনাচক্ৰত মিলিত হয় আৰু প্ৰকল্পৰ স্থানত আইন-কানুনগত সমস্যাৰ যাতে সৃষ্টি নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।

ঘটনাৰ বুজ ল’বলৈ ৰেলৱেৰ শীৰ্ষস্থানীয় বিষয়াৰ এটা দল আজি পুৱা নিৰ্মাণ স্থানত আহি উপস্থিত হৈছে যদিও বনুৱাসকলক কাম আৰম্ভ কৰিবলৈ পতিয়ন নিয়াব পৰা নাই।

ৰেলৱেৰ এগৰাকী বিষয়াই কয় যে প্ৰায় ৯০শতংশ কাম সমাপ্ত হোৱা এই দলংখনৰ কাম চলিত বৰ্ষৰ অক্টোবৰত সম্পূৰ্ণ সমাপ্ত হ’ব বুলি তেওঁলোক আশাবাদী।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

August 27, 2025 7:30 am
এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

August 27, 2025 6:31 am
নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

August 27, 2025 7:30 am
এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

August 27, 2025 6:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd