• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ প্ৰতি বিজেপি এক ভাবুকি : মুকুল চাংমা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2018 4:37 pm
মুকুল চাংমা আৰু চি পি যোশী। ফাইল ফটো

মুকুল চাংমা আৰু চি পি যোশী। ফাইল ফটো

166
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে  তেওঁৰ আক্ৰমণ অব্যাহত ৰাখি মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাই বুধবাৰে গেৰুৱা দলটোৱে দেশৰ ৰাজনৈতিক ব্যৱস্থাটোক ‘দুৰ্নীতিগ্ৰস্ত’ কৰি তোলা বুলি অভিযোগ কৰে।

শ্বিলঙত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি চাংমাই নিজৰ উষ্মা প্ৰকাশ কৰে যে বিজেপিয়ে এপিনে দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে কিন্তু দেশৰ ৰাজনৈতিক ব্যৱস্থাটোক দুৰ্নীতিগ্ৰস্ত কৰি তোলাৰ বাবে ভয়ংকৰ ষড়যন্ত্ৰক উৎসাহিত কৰিছে।

মুখ্যমন্ত্ৰীগৰাকী আনকি বিজেপিয়ে দেশৰ যুক্তৰাষ্ট্ৰীয় গাঁথনি সলনি কৰাৰ চেষ্টা কৰা বুলি উল্লেখ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এনেধৰণৰ মনোভাৱ ইতিহাসৰ ক’তে দেখিবলৈ পোৱা নাযায়।

‘’ তেওঁলোকে কি কৰিব বিচাৰিছে মই নাজানো। দেশৰ যুক্তৰাষ্ট্ৰীয় গাঁথনি বিলুপ্ত কৰিবলৈ তেওঁলোকে লোৱা পদক্ষেপ ৰাষ্ট্ৰৰ ভৱিষ্যতৰ বাবে ক্ষতিকাৰক,’’ – নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক চিপি যোশীৰ সৈতে হোৱা আলোচনাৰ পিছত তেওঁ সাংবাদিকৰ আগত এইদৰে কয়।

অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৬০ জনীয়া বিধানসভাৰ আসন্ন নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিবলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে যোশী পাহাৰীয়া ৰাজ্যখনলৈ আহিছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা চমু মত বিনিময়ৰ সময়ত যোশীয়ে দৃঢ়তাৰে প্ৰকাশ কৰে যে কংগ্ৰেছ দলে পুনৰবাৰ ৰাজ্যখনত ‘দুই তৃতীয়াংশ সংখ্যা গৰিষ্ঠতা’ অৰ্জনেৰে চৰকাৰ গঠন কৰিব।

বিজেপিক সমালোচনা কৰি লগতে তেওঁ কয় যে গেৰুৱা দলটোৰ আদৰ্শৰ ৰাজ্যখনত কোনো স্থান নাই।

কংগ্ৰেছৰ সৰ্ব ভাৰতীয় সম্পাদকজনে লগতে মেঘালয়ৰ গীৰ্জাসমূহলৈ ৭০ কোটি টকাৰ প্ৰকল্প অনুমোদনৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ সিদ্ধান্তকো সমালোচনা কৰে।

ইয়াৰ মাজতে ৰাজ্যিক কংগ্ৰেছৰ নেতৃত্বই স্পষ্ট কৰিছে যে দলে ৬০ খন আসনৰ আটাইকেইখনতে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু নিৰ্বাচনী কমিটিয়ে মুঠতে ১১০ খনতৈকয়ো অধিক আবেদন লাভ কৰিছে।

জ্যেষ্ঠ কংগ্ৰেছ নেতা অস্কাৰ ফাৰ্ণাণ্ডেজ আৰু শ্বেলজা কুমাৰীয়ে নিৰ্বাচনী সমিতিৰ অধ্যক্ষতা কৰিব আৰু প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব। অহা ৩১ জানুৱাৰিৰ পৰা মেঘালয়ত মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

Recent News

নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান…

নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান…

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

NEET PG 2025: ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব পৰীক্ষা

NEET PG 2025: ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব পৰীক্ষা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd