• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধুবৰীৰ আলমগঞ্জত আটক এজন বাংলাদেশী নাগৰিক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2018 2:45 pm
c6bff129-2a5a-4b56-8490-896f4a9a114f
109
VIEWS
Share on FacebookShare on Twitter

ধুবুৰী জিলাৰ গৌৰীপুৰৰ অন্তৰ্গত আলমগঞ্জত শনিবাৰে নিশা এজন বাংলাদেশী নাগৰিকক আটক কৰা হয়। নিশা গৌৰীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত অষ্টমীৰ চৰ ঝৰণাৰপাৰ গাঁও ৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে ছহিদুল ইছলাম নামৰ বাংলাদেশী নাগৰিকজনক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, বাংলাদেশৰ কৰিগ্ৰাম জিলাৰ বাসিন্দা ছহিদুল ইছলাম নামৰ যুৱক জন প্ৰায় ৬ বছৰ পূৰ্বে পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ দিনহাটা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল।

ভাৰতত প্ৰৱেশ কৰাৰ পিছত ছহিদুলে হাৰিয়ানাৰ এটা ইটা ভাটাত কাম কৰি আছিল। বৰ্তমান বাংলাদেশী নাগৰিক ছহিদুল ইছলামক আৰক্ষীয়ে জেৰা কৰি আছে। অৱশ্যে,তেওঁৰ পৰা কিবা নথি-পত্ৰ উদ্ধাৰ হৈছেনে নে নাই সেই কথা জানিব পৰা হোৱা নাই।

ধুবুৰীৰ বাংলাদেশ সীমান্তৰে এইদৰে বিগত সময়ত বাংলাদেশী লোক ভাৰতত প্ৰৱেশ কৰি দেশৰ বিভিন্ন প্ৰান্তলৈ গৈ বসবাস কৰি আছে। তদুপৰি, ধুবুৰীৰ বাংলাদেশ সীমান্তৰে গৰুৰ চোৰাং বেহাৰ লগতে বিভিন্ন সামগ্ৰী অবৈধভাৱে সৰবৰাহ হৈ থকাৰ বাতৰি প্ৰায়েই পোৱা যায়।

শেহতীয়াকৈ ভাৰত-বাংলা সীমান্তত সুৰক্ষা বাহিনীৰ তহল বৃদ্ধি পোৱাৰ বাবে চোৰাং কাৰবাৰ কিছু পৰিমানে হ্ৰাস পাইছে যদিও এতিয়াও চোৰাং কাৰবাৰীসকল সক্ৰিয় হৈ আছে আৰু সুযোগৰ সন্ধানত আছে বুলি চোৰাংচোৱা সূত্ৰৰ পৰা জানিব পৰা যায়।

Recent News

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

এইগৰাকী ৰাষ্ট্ৰপতিক ধৰি আনি দিলেই দিব ৪০০ কোটি টকাৰ পুৰস্কাৰ! কিয় ইমান খং ট্ৰাম্পৰ?

এইগৰাকী ৰাষ্ট্ৰপতিক ধৰি আনি দিলেই দিব ৪০০ কোটি টকাৰ পুৰস্কাৰ! কিয় ইমান খং ট্ৰাম্পৰ?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

জাননী অবিহনে কাৰো নাম আঁতৰ কৰা নহ’বঃ বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পৰ্কত নিৰ্বাচন আয়োগ

জাননী অবিহনে কাৰো নাম আঁতৰ কৰা নহ’বঃ বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পৰ্কত নিৰ্বাচন আয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd