• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাৱঁত কলঙত মছমৰীয়াৰ জালত মাছৰ পৰিৱৰ্তে উঠিল মৃতদেহ; অঞ্চলজুৰি চাঞ্চল্য

মিণ্টু দাস by মিণ্টু দাস
May 22, 2018 6:19 pm
Dead-body

প্ৰতিনিধিত্বমূলক ছবি

101
VIEWS
Share on FacebookShare on Twitter

আজি পুৱাই এটা চাঞ্চল্যকৰ খবৰ সমগ্ৰ নগাওঁ চহৰখনতে বনজুইৰ দৰে বিয়পি পৰে। জানিব পৰামতে, নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মধুপৰ আমতল(চেগুনবাৰী)ৰ কলং নৈত আজি পুৱাই মাছ মাৰিবলৈ যোৱা এজন লোকৰ জালত মাছৰ পৰিৱৰ্তে উঠে এটা মৃতদেহ । এনে ঘটনাত হতভম্ব হৈ পৰা মাছমৰীয়াজনে লগে লগে নগাওঁ আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটা দল আহি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱামতে, উদ্ধাৰ হোৱা মৃতদেহটো সঞ্জীৱ দে'(৩৪)ৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে। তেওঁৰ ঘৰ স্থানীয় নাজিৰাজান অঞ্চলত। নগাঁও চহৰৰ দোকানে দোকানে বিভিন্ন চকলেট জাতীয় সামগ্ৰী বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছিল এই দুৰ্ভগীয়া ক্ষুদ্ৰ ব্যৱসায়ীজনে।

ঘটনাটো আত্মহত্যাৰ নে হত্যাৰ সেইটো এতিয়াও আৰক্ষীয়ে নিশ্চিত কৰিব পৰা নাই।

পৰিয়ালৰ মানুহে জনোৱামতে, সঞ্জীৱে আন দিনাৰ দৰে যোৱা ২০ মে’ৰ পুৱাই নিজৰ কৰ্মস্থলী হয়ৰবগাঁৱস্থিত চকলেট গুদামলৈ যায়। দিনটোৰ কাম শেষ কৰি সন্ধ্যা তেওঁ ঘৰলৈ উভতিও আহিছিল। কিন্তু তাৰ পিছত পুনৰ নিশা প্ৰায় আঠ বজাত নিজৰ মটৰ চাইকেলেৰে তেওঁ ঘৰৰ পৰা ওলাই যায় আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছিল।

অৱশেষত আজি পুৱা কলঙত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। একাংশ স্থানীয় ৰাইজে তেওঁক কোনোবাই হত্যা কৰি কলঙত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে মৃত যুৱকজনৰ মটৰ চাইকেল আৰু ম’বাইলটো চকলেট গুদামঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

Recent News

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd