• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগালেণ্ডত ভোটদানৰ হাৰ ৭৯.১৪ শতাংশলৈ বৃদ্ধি

এন ই নাও by এন ই নাও
March 1, 2018 10:33 am
nagaland
118
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোটদানৰ হাৰ ৭৯.১৪ শতাংলৈ বৃদ্ধি পাইছে। বুধবাৰে কহিমাত মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই জাৰি কৰা এক প্ৰতিবেদনৰ পৰা এই তথ্য জানিব পৰা গৈছে।

মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে লগতে প্ৰকাশ কৰে যে যিহেতু কেইবাটাও কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ সম্ভাৱনা আছে সেয়েহে পৰৱৰ্তী পৰ্যায়ত ভোটদানৰ হাৰ আৰু অধিক হ’ব পাৰে।

নিৰ্বাচনী আয়োগৰ পৰা লাভ কৰা তথ্য অনুসৰি সদ্যসমাপ্ত নিৰ্বাচনত নাগালেণ্ডৰ ইম্পুৰ সমষ্টিত সৰ্বাধিক ৯৫ শতাংশ ভোটদান হোৱাৰ বিপৰীতে ৫০ নং লুংলেং সমষ্টিত ৯২.১২ শতাংশ আৰু জাংপেটকং সমষ্টিত ৯০.৫৬ শতাংশ লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

আনহাতে ৪৩নং টাপি সমষ্টিত সৰ্বনিম্ন ৫৮ শতাংশ ভোটদান হয়।

উল্লেখ্য যে  ইভিএমৰ বিসংগতি আৰু অন্যান্য কিছু বিক্ষিপ্ত ঘটনাৰ বাবে ৰাজ্যখনত পুনৰ ভোটগ্ৰহণ হ’ব।

নিৰ্বাচনী আয়োগৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি অহা ২ মাৰ্চত ৰাজ্যখনৰ মন আৰু কহিমা জিলাৰ দুটা কেন্দ্ৰত পুনৰ ভোটগননা অনুষ্ঠিত হোৱাৰ সম্ভৱনা আছে।

উল্লেখ্য যে অহা ৩ মাৰ্চত উত্তৰ পূবৰ আন দুখন ৰাজ্য ক্ৰমে মেঘালয় আৰু ত্ৰিপুৰাৰ সৈতে নাগালেণ্ডত ভোটগননা অনুষ্ঠিত হ’ব আৰু একেদিনাই নিৰ্বাচনী ফলাফল ঘোষণা কৰিব নিৰ্বাচনী আয়োগে।

 

Recent News

চীনৰ আগ্ৰাসন ৰোধৰ বাবে লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত নতুন পথ নিৰ্মাণ

চীনৰ আগ্ৰাসন ৰোধৰ বাবে লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত নতুন পথ নিৰ্মাণ

ঢাকাৰ স্কুলত দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল মেড ইন চাইনা! মৃত্যু ২২ জনৰ; অগ্নিদগ্ধ ১৫০তকৈও অধিক

ঢাকাৰ স্কুলত দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল মেড ইন চাইনা! মৃত্যু ২২ জনৰ; অগ্নিদগ্ধ ১৫০তকৈও অধিক

ইণ্টাৰনেচনেল মেথমেটিকেল অলিম্পিয়াড ২০২৫ত ভাৰতৰ সাফল্য! ১১০খন দেশৰ ভিতৰত ৭ম স্থান লাভ

ইণ্টাৰনেচনেল মেথমেটিকেল অলিম্পিয়াড ২০২৫ত ভাৰতৰ সাফল্য! ১১০খন দেশৰ ভিতৰত ৭ম স্থান লাভ

চমকপ্ৰদ গৱেষণা বিজ্ঞানীৰ! দুবিধ ঔষধে বাধা দিব পাৰে অপোনাৰ বাৰ্ধক্য

চমকপ্ৰদ গৱেষণা বিজ্ঞানীৰ! দুবিধ ঔষধে বাধা দিব পাৰে অপোনাৰ বাৰ্ধক্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd