• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডৰ লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৬জনীয়া কমিটি গঠন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2018 10:42 pm
Neiphiu-Rio-570x320

নেইফিউ ৰিঅ: ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ লোকসভা আসনখনৰ বাবে অনুষ্ঠিত কৰিব লগীয়া উপ-নিৰ্বাচনৰ বাবে আজি ৬জনীয়া সদস্যৰ এখন ৰাজ্যিক পৰ্য্যায়ৰ কমিটি গঠন কৰা হয়। ষ্টেইট লেৱেল মিডিয়া চাৰ্টিফিকেইশ্যন এণ্ড মনিটৰিং কমিটি নামৰ এই কমিটিখনৰ অধ্যক্ষ হ’ল নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহা। ভাৰতৰ নিৰ্বাচন আয়োগে নিযুক্তি দিয়া পৰ্য্যৱেক্ষকজনকো এই কমিটিখনৰ সদস্য কৰা হৈছে।

উল্লেখযোগ্য যে উপ-নিৰ্বাচন অহা ২৮ মে’ত অনুষ্ঠিত হ’ব। ভোট গণনা হ’ব ৩১ মে’ত।

আনহাতে নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১০ মে’। ১১ মে’ হ’ব মনোনয়ন পৰীক্ষাৰ দিন। মনোনয়ন প্ৰত্যাহাৰৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ১৪ মে’।

উল্লেখযোগ্য যে কমিটিখনে জিলা আৰু অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়াৰ কমিটিৰ পৰা অহা বিজ্ঞাপন সম্পৰ্কীয় ওজৰ-আপত্তিবোৰ আয়োগৰ ২০০৪ চনৰ 509/75/2004/JS-i নম্বৰৰ নিৰ্দেশটোৰ আধাৰত নিষ্পত্তি কৰিব। লগতে ই জিলা মিডিয়া চাৰ্টিফিকেইশ্যন এণ্ড মনিটৰিং কমিটিৰ সিদ্ধান্তৰ প্ৰত্যাহ্বান জনোৱা পেইড নিউজ সম্পৰ্কীয় সকলো গোচৰৰো নিষ্পত্তি কৰিব অথবা ই নিজাববীয়াকৈ লোৱা গোচৰবোৰ নিষ্পত্তি কৰিব।

কমিটিখনৰ অন্যান্য সদস্যসকল হ’ল তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক লিমাৱতী আও, ক’হিমাস্থিত এ আই আৰ নিউজৰ উপ-সঞ্চালক চাহু পাতলে, জ্যেষ্ঠ সাংবাদিক জেভিয়াৰ ৰুষ্টা। আনহাতে নাগালেণ্ড যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া খেগুখা চেমা হ’ল সদস্য সচিব।

উল্লেখযোগ্য যে নাগালেণ্ডৰ একমাত্ৰ লোকসভা সমষ্টিটো খালী হৈছিল সাংসদ নেইফিঅ’ ৰিঅ’ মুখ্য মন্ত্ৰী হোৱাৰ ফলত। সদ্যসমাপ্ত বিধানসভাৰ নিৰ্বাচনৰ জয়ৰ সুবাদত মুখ্য মন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল সাংসদজন।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

August 23, 2025 5:17 pm
গোলাঘাটৰ উচ্ছেদ অভিযানত সাময়িক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

গোলাঘাটৰ উচ্ছেদ অভিযানত সাময়িক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

August 23, 2025 4:39 pm
ব্যক্তিগতকৰণৰ ফচল! ১ লাখৰো অধিক কৰ্মচাৰীয়ে হেৰুৱালে চৰকাৰী চাকৰি; স্বীকাৰ কৰিলে কেন্দ্ৰই

ব্যক্তিগতকৰণৰ ফচল! ১ লাখৰো অধিক কৰ্মচাৰীয়ে হেৰুৱালে চৰকাৰী চাকৰি; স্বীকাৰ কৰিলে কেন্দ্ৰই

August 23, 2025 3:49 pm
অনিল আম্বানীৰ বিৰুদ্ধে চিবিআইৰ গোচৰ! মুম্বাইত একাধিক স্থানত অভিযান

অনিল আম্বানীৰ বিৰুদ্ধে চিবিআইৰ গোচৰ! মুম্বাইত একাধিক স্থানত অভিযান

August 23, 2025 2:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

August 23, 2025 5:17 pm
গোলাঘাটৰ উচ্ছেদ অভিযানত সাময়িক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

গোলাঘাটৰ উচ্ছেদ অভিযানত সাময়িক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

August 23, 2025 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd