• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতাত এক লাখ নাগৰিকৰ স্বাক্ষৰ সহ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব মৰাণ ছাত্ৰ সন্থাই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2018 11:47 am
MoranStudents;Union

প্ৰতিনিধিত্বমূলক ছবি

105
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰা মৰাণ ছাত্ৰ সন্থাই এই বিধেয়কখনৰ বিৰোধিতা কৰা অসমৰ এক লাখ লোকৰ স্বাক্ষৰ সংগ্ৰহৰ পৰিকল্পনা লৈছে।

তাৰ পাছত এই স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিব যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ, দেশৰ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীৰ লগতে অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল, মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰিব।

১৫ মে’ত তিনিচুকীয়াৰ সৰ্বানন্দ সিংহ নগৰস্থিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় বডোচা ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰেছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰতাপ মৰাণে।

সংগঠনটোৰ নেতৃত্বই জনোৱামতে, ১০ হেজাৰ জাতীয়, জনগোষ্ঠীয় আৰু তৃণমূল পৰ্যায়লৈকে থকা সামাজিক সংগঠনৰো সুকীয়া-সুকীয়াকৈ স্বাক্ষৰ গ্ৰহণ কৰা হ’ব।

সংগঠনটোৰ পৰা প্ৰচাৰিত প্ৰেছ বিবৃতিটোত অসম আৰু সন্মিলিত উত্তৰ-পূৰ্বাঞ্চলৰ সমূহীয়া সমাজ জীৱনক ধ্বংসৰ মুখলৈ ঠেলি দিবৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা ঔপনিৱেশিক প্ৰচেষ্টাৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীৰ ৰাইজ ঐক্যবদ্ধ। তেওঁলোকে জনোৱামতে, এই স্বাক্ষৰ অভিযানৰ অন্তত ২৩ মে’ত এটা প্ৰতিবাদী সমদল উলিয়াই জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়লৈ গৈ স্মাৰকপত্ৰ প্ৰদান কৰিব।

সংগঠনটোৰ পৰা কোৱা হয় যে কেন্দ্ৰই ঔপনিৱেশিক চৰিত্ৰ বন্ধ কৰিবই লাগিব। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা সকলো বিদেশীক বহিষ্কাৰ কৰিব লাগিবই।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd