• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিউয়ৰ্ক ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব উৎপল বৰপূজাৰীৰ অসমীয়া ছবি ‘ইশু’

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2018 11:36 am
Ishu-678x381

ইশু চলচ্চিত্ৰখনৰ এটি স্থিৰ চিত্ৰ

383
VIEWS
Share on FacebookShare on Twitter

সমালোচকৰ দ্বাৰা প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীৰ অসমীয়া চলচ্চিত্ৰ ইশু নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে।

অসমীয়া লেখিকা মনিকুন্তলা ভট্টাচাৰ্যৰ একে নামৰ উপন্যাসৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা ছবিখন অহা ১২ মে’ত মহোৎসৱখনত প্ৰদৰ্শিত হ’ব।

নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল (এন ৱাই আই এফ এফ)  কাহিনী ছবি, তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শনৰ অতি পুৰণি আৰু আটাইতকৈ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ।

ইশু শিশু চলচ্চিত্ৰখনত এটি ল’ৰাৰ দৃষ্টিৰে ডাইনীৰ নামত চলা কাণ্ড চিত্ৰিত কৰা হৈছে।

চাইল্ডেৰন’ছ ফিল্ম ছচাইটি অফ ইণ্ডিয়াই (চিএফএছআই) প্ৰযোজনা কৰা ছবিখন ইতিমধ্যে বিশ্বৰ বিভিন্ন মহোৎসৱত প্ৰদৰ্শিত হৈছে।

বহু বছৰ ধৰি এগৰাকী সাংবাদিক হিচাপে কাম কৰা অসমৰ চলচ্চিত্ৰ সমালোচক তথা পৰিচালকগৰাকীয়ে এতিয়ালৈকে পাঁচখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। সেইকেইখন হ’ল :- মায়ং: মিথ, ৰিয়েলিটি, ছঙছ অফ দ্য ব্লু হিলছ, ছকাৰ কুইনছ অফ ৰাণী, মেম’ৰিছ অফ এ ফ’ৰগটেন ৱাৰ আৰু ফৰ এ ডাৰ্বাৰ অফ দ্য পীপল।

অসমৰ এগৰাকী প্ৰসিদ্ধ চলচ্চিত্ৰ সমালোচক বৰপূজাৰীয়ে ২০০২ চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

Recent News

পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ আমেৰিকাৰ! ভাৰতৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ পিছতে ট্ৰাম্পৰ ঘোষণা

পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ আমেৰিকাৰ! ভাৰতৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ পিছতে ট্ৰাম্পৰ ঘোষণা

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd