• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচন জাপি দিয়াটো গ্ৰহণযোগ্য নহয় : এন এছ চি এন (আই এম)

এন ই নাও নিউজ by এন ই নাও নিউজ
January 23, 2018 10:21 pm
94
VIEWS
Share on FacebookShare on Twitter

দেশৰ নিৰ্বাচন আয়োগে নাগালেণ্ডত আগন্তুক বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ প্ৰায় এসপ্তাহৰ পিছত আজি ৰাজ্যখনৰ শক্তিশালী সশস্ত্ৰ বিদ্ৰোহী গোট এন এছ চি এন (আই এম)-এ নিজৰ স্থিতি স্পষ্ট কৰি কয় যে ৰাজ্যখনত নিৰ্বাচন জাপি দিয়াটো নাগা জনসাধাৰণৰ বাবে কোনোপধ্যে গ্ৰহণযোগ্য কথা নহয়। নাগা লোকসকলে এতিয়া এটা অবিলম্বিত ৰাজনৈতিক মীমাংসাৰ বাবে বাট চাই আছে।

বিদ্ৰোহী গোটটোৰ মতে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ভাৰত চৰকাৰ আৰু দেশৰ নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্তই এন এছ চি এন আৰু ভাৰত চৰকাৰৰ মাজত চলি থকা আলোচনা প্ৰক্ৰিয়াক দুৰ্বল কৰি তুলিব। আৰু লগতে এটা ৰাজনৈতিক সমাধান লাভ কৰাত বাধাৰ সৃষ্টি কৰিব।

বিদ্ৰোহী গোটটোৱে নিজৰ বক্তব্যত কয় যে যিসকলে নিৰ্বাচন জাপি দিয়াৰ পক্ষত থিয় হৈছে, তেওঁলোকে নাগা জনসাধাৰণৰ স্বাৰ্থৰ পক্ষত থিয় নহয়। ‘আমি তেনে লোক বা দল-গোটক কঠোৰ সমালোচনা কৰো, এওঁলোকে স্থায়ী ৰাজনৈতিক সমাধান নিবিচাৰে।’ গোটটোৱে কয়।

গোটটোৱে লগতে দাবী কৰে যে তেওঁলোকে এই স্থিতি প্ৰকাশ কৰিছে নাগা লোকৰ উমৈহতীয়া জাতীয় স্বাৰ্থত।

তেওঁলোকে ভাৰত আৰু নাগা দুয়োপক্ষৰ সন্মানজনক হোৱাকৈ ৰাজনৈতিক মীমাংসা এটাৰ বাবে আলোচনা চলাই নিয়াৰ বাবে দায়বদ্ধ। নাগাসকলে খুব আন্তৰিকতাৰে ৰাজনৈতিক সমাধানৰ দিশত আগ বাঢ়িছে বুলি কয়। তেওঁলোকে কয় যে প্ৰায় পাঁচ বছৰ ধৰি ৰাজনৈতিক আলোচনা-বিলোচনা চলোৱাৰ পিছত ২০০২ চনত ভাৰত চৰকাৰে চৰকাৰীভাৱে নাগাসকলৰ মৌলিক ইতিহাস আৰু পৰিস্থিতিক স্বীকৃতি দিছিল আৰু যোৱা ২০১৫ চনৰ ৩ আগষ্টত ভাৰত চৰকাৰ আৰু এন এছ চি এনৰ মাজত ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্ট স্বাক্ষৰিত হৈছিল।

Recent News

ঘৰলৈ ঘূৰি আহিল অপাৰেশ্যন সিন্দুৰৰ সময়ত আহত অসমৰ জোৱান : উষ্ম আদৰণি গাঁওবাসীৰ

ঘৰলৈ ঘূৰি আহিল অপাৰেশ্যন সিন্দুৰৰ সময়ত আহত অসমৰ জোৱান : উষ্ম আদৰণি গাঁওবাসীৰ

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

তামিলনাডুৰ শিক্ষা পুঁজিৰ দাবী: জৰুৰী শুনানি অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd