• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

পূবলৈ চোৱা নীতিয়ে উত্তৰ-পূবক বহু উপকৃত কৰিব : ৰাজ্যপাল পি বি আচাৰ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2017 9:48 pm
পূবলৈ চোৱা নীতিয়ে উত্তৰ-পূবক বহু উপকৃত কৰিব : ৰাজ্যপাল পি বি আচাৰ্য
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰৰ পূবলৈ চোৱা নীতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনক বহু উপকৃত কৰিব বুলি মন্তব্য কৰে নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই। মঙলবাৰে নাগালেণ্ডৰ লংলেং জিলাৰ অন্তৰ্গত আমেতচং আদৰ্শ গাঁও উদ্বোধন কৰি ৰাজ্যপাল গৰাকীয়ে কয় যে দেশৰ বাকী অংশৰ সৈতে সমানে আগবাঢ়ি যাবলৈ হ’লে নাগালেণ্ডে পূবলৈ চোৱা নীতিৰ সুবিধা সমূহ ল’ব পৰাকৈ সাজু থাকিব লাগিব। ৰাজ্যখনৰ যুৱ প্ৰজন্মক উদ্দেশ্যি ৰাজ্যপাল গৰাকীয়ে তেওঁলোকক স্ব-নিৰ্ভৰশীল হ’বলৈ আহ্বান জনাই কয় যে এই ক্ষেত্ৰত যুৱক-যুৱতী সকলে  দক্ষতা বিকাশৰ ডিগ্ৰী আৰু পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব।

আনহাতে যোৱা সোমবাৰে ৰাজ্যপাল গৰাকীয়ে ডিমাপুৰ জিলাৰ অধীনত নিৰ্মাণ কৰা চেল’ফ আদৰ্শ গাঁওখন উদ্বোধন কৰিছিল। মন কৰিব লগীয়া যে সাংসদ আদৰ্শ গ্ৰাম যোজনা (SAGY)ৰ অধীনত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ উদ্দেশ্যে চেল’ফ গাঁৱক লোকসভাৰ সাংসদ নেফিউ ৰিঅ’য়ে আদৰ্শ গাঁও হিচাপে নিৰ্বাচিত কৰিছিল। চেল’ফ হৈছে ৰিঅ’ৰ দ্বাৰা নিৰ্বাচিত দ্বিতীয়খন গাঁও, আনহাতে যোৱা বছৰ নিৰ্বাচন কৰা মন জিলাৰ অধীনত পৰা লংৱা হৈছে তেওঁৰ দ্বাৰা নিৰ্বাচিত প্ৰথমখন গাঁও। সোমবাৰে চেল’ফ গাঁৱত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এটা ভৱনত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানক উদ্দেশ্যি ৰাজ্যপাল গৰাকীয়ে প্ৰধান মন্ত্ৰী মোদীৰ উদ্ধৃতি দি কয়, ‘ভাৰত গাঁৱৰ ওপৰত নিৰ্ভৰশীল আৰু যেতিয়ালৈকে গাঁও সমূহৰ উন্নয়ন নহয়, ভাৰতৰো উন্নয়ন নহয়।’ এই উদ্দেশ্যে লৈ প্ৰধান মন্ত্ৰীয়ে ২০১৪ চনত সাংসদ আদৰ্শ গ্ৰাম যোজনা (SAGY)ৰ আৰম্ভ কৰিছিল বুলি আচাৰ্যই মন্তব্য কৰে। নেফিউ ৰিঅ’য়ে নাগালেণ্ডৰ দুখনকৈ জিলাক SAGY ৰ অধীনত  নিৰ্বাচন কৰা কাৰ্যক প্ৰশংসা কৰি ৰাজ্যপাল গৰাকীয়ে কয় যে যদিহে ৰাজ্যখনৰ দুজন সাংসদ আৰু বিধায়ক সকলে ৫ বছৰত ৫ খন জিলাক উক্ত আঁচনিৰ অধীনত নিৰ্বাচিত কৰে তেন্তে নাগালেণ্ডে ক্ষিপ্ৰতাৰে উন্নতিৰ পথত আগুৱাব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

August 16, 2025 1:28 pm
ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

August 16, 2025 12:06 pm
গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

August 16, 2025 9:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

August 16, 2025 1:28 pm
ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

August 16, 2025 12:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd