• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পূব মণ্ডল সৈনিক বিদ্যালয় প্ৰতিযোগিতা-২০১৮ : গোৱালপাৰা শীৰ্ষত

ছফিকুল আহমেদ by ছফিকুল আহমেদ
July 13, 2018 8:07 pm
IMG-20180713-WA0015
211
VIEWS
Share on FacebookShare on Twitter

পূব মণ্ডল সৈনিক বিদ্যালয়ৰ ক্ৰীড়া আৰু সহ-পাঠ্যক্ৰম প্ৰতিযোগিতাখনৰ আজি সামৰণি পৰিছে।এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল গোৱালপাৰাৰ সৈনিক বিদ্যালয়ত। কামাণ্ডাৰ ৰীণা মাগডালেনেই সামৰণি আৰু বঁটা বিতৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল। এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে যথেষ্ট উৎসাহ উদ্দীপনাৰে অংশগ্ৰহণ কৰিছিল আৰু বিগত কেইদিনত কেইটামান আশ্বৰ্যজনক সমাপ্তি ঘটাটো দৰ্শকসকলৰ দৃষ্টিত পৰিছিল।

সৈনিক বিদ্যালয় পুৰুলীয়া (পশ্চিমবংগ) সৈনিক বিদ্যালয় ইম্ফল(মণিপুৰ) আৰু সৈনিক বিদ্যালয় পাংলোৱা (নাগালেণ্ড)আদি সৈনিক বিদ্যালয়ৰ কেডেটসকল আৰু আয়োজক সৈনিক বিদ্যালয়ৰ কেডেটসকলে (১৪ অনূৰ্ধ আৰু ১৭ অনূৰ্ধ) ফুটবল, বাস্কেট বল, ভলীবল, হকী, ইংআৰজী আৰু দিন্দী তৰ্ক প্ৰতিযোগিতা, কুইজ আৰু ভালেকেইটা বিনোদনমূলক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। বিগত পাঁচ দিনত বিদ্যালয়ৰ পৰিৱেশটো উৎসৱমুখৰ হৈ পৰিছিল।

দুধনৈৰ  এনাজৰি সাংস্কৃতিক দলে তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠানেৰে আৰু লোক সংস্কৃতিৰ ওপৰত এটা আলোচনাৰে উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে।

ক্ৰীড়া শাখাত সৈনিক বিদ্যালয় ইম্ফলে(মণিপুৰ) ফুটবলত (১৪ অনূৰ্ধ), সৈনিক বিদ্যালয় পাংলোৱাই (নাগালেণ্ড) বাস্কেটবল আৰু  সৈনিক বিদ্যালয় গোৱালপাৰাই (অসম) ফুটবলত (১৭ অনূৰ্ধ), ভলীবল আৰু হকীত বিজয়ীৰ ট্ৰফী লাভ কৰে। সহপাঠ্যক্ৰম শাখাত সৈনিক বিদ্যালয় পুৰুলীয়াই (পশ্চিমবংগ) ইংৰাজী তৰ্ক আৰু সৈনিক বিদ্যালয় পাংলোৱাই (নাগালেণ্ড)বিন্ন বিনোদন অনুষ্ঠানত প্ৰথম স্থান লাভ কৰে। সৈনিক বিদ্যালয় গোৱালপাৰাই (অসম) কুইজত প্ৰথম স্থান লাভ কৰে। প্ৰতিযোগিতাৰ সৰ্বশ্ৰেষ্ঠ বিজয়ী বিদ্যালয় হিচাপে সৈনিক বিদ্যালয় গোৱালপাৰাই (অসম) নিজৰ স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।

সৈনিক বিদ্যালয় ইম্ফলৰ (মণিপুৰ) কেডেট শ্ৰীনাথ নংমেই কাপামক (নৱম মান)ফুটবলত (১৪ অনূৰ্ধ) সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে আৰু সৈনিক বিদ্যালয় গোৱালপাৰাৰ কেডেট লবছাং টপগেক (দশম মান) ফুটবলত (১৭ অনূৰ্ধ) সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে বাছনি কৰা হয়। সৈনিক বিদ্যালয় গোৱালপাৰাৰ কেডেট নীতেশ কুমাৰ সাপকটাক (দশম মান) ভলীবলত আৰু কেডেট সুৰেশ কুমাৰক (একাদশ) হকীত সৰ্বশেৰেষ্ঠ খেলুৱৈ হিচাপে বাচনি কৰা হয়।

আৰু সৈনিক বিদ্যালয় পুৰুলীয়াৰ (পশ্চিমবংগ) কেডেট ৰোকোজোবেই নিছাক (একাদশ মান)বাস্কেটবলৰ অধিকতম স্কৰাৰৰ (সৰ্বমুঠ ৮৫ বাস্কেট) সন্মান আৰু সৈনিক বিদ্যালয় গোৱালপাৰাৰ কেডেট ময়ুখ দত্তক(দশম মান) বিভিন্ন বিনোদনমূলক অনুষ্ঠানৰ মাষ্টাৰ অব চেৰিমনি বঁটা প্ৰদান কৰা হয়।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd