• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰসিদ্ধ লেখক অৰূপ কুমাৰ দত্তৰ সৈতে অসমৰ তিনিগৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2018 7:14 am
অৰূপ কুমাৰ দত্ত

অৰূপ কুমাৰ দত্ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট ইংৰাজী লেখক অৰূপ কুমাৰ দত্তকে ধৰি অসমৰ তিনিগৰাকী প্ৰসিদ্ধ ব্যক্তিলৈ এইবছৰৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে।

দত্তৰ উপৰি আন দুগৰাকী বিশিষ্ট ব্যক্তি হৈছে –প্ৰফুল্ল গোৱিন্দ বৰুৱা আৰু জয়শ্ৰী গোস্বামী মহন্তলৈ তেওঁলোকে সাহিত্য, শিক্ষা আৰু সাংবাদিকতালৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

অৰূপ কুমাৰ দত্ত গুৱাহাটীৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু তেওঁ ৩০ খনতৈকয়ো অধিক গ্ৰন্থ ৰচনা কৰিছে।

২০১৪ চনত নতুন দিল্লীৰ এচোচিয়েশ্যন অফ ৰাইটাৰছ এণ্ড ইলাষ্ট্ৰেটৰ ফৰ্ চাইল্ডৰেনে জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰিছিল।

১৯৭৯ চনত শংকৰ বঁটা লাভ কৰাৰ উপৰি তেওঁ বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ গ্ৰন্থসমূহ বিভিন্ন বৈচিত্ৰ্যপূৰ্ণ বিষয়ৰ ওপৰত ৰচনা কৰা হৈছে। ‘দ্য ব্ৰহ্মপুত্ৰ’, ‘চা গৰম : দ্য টি ষ্ট’ৰী’, ইউনিকৰ্ণিছ : দ্য গ্ৰেট ইণ্ডিয়ান ৰাইন’চৰাছৰ দৰে বিভিন্ন বিষয়ৰ গ্ৰন্থৰ উপৰি সংগীতজ্ঞ, গায়ক তথা চলচ্চিত্ৰ নিৰ্মাতা ভূপেন হাজৰিকাৰ এখন জীৱনীমূলক ‘দ্য ৰ’ভিং মিনিষ্ট্ৰেল’ তেওঁ ৰচনা কৰা গ্ৰন্থ। ‘অংগৰিকা’ছ ছোৱনাছং’ হৈছে দত্তৰ এখন উপন্যাস।

দত্ত হৈছে ভাৰতৰ আটাইতকৈ পৰিচিত লেখকসকলৰ ভিতৰত এগৰাকী অন্যতম লেখক। পদ্মশ্ৰী লাভ কৰা বাতৰিত আনন্দ প্ৰকাশ কৰি দত্তই কয় যে তেওঁ এই বঁটাটো সাদৰেৰে গ্ৰহণ কৰিছে।

জয়শ্ৰী গোস্বামী মহন্ত
জয়শ্ৰী গোস্বামী মহন্ত

‘’ এগৰাকী লেখক হিচাপে মই আটাইতকৈ মূল্যৱান বঁটাটো পাইছো মোৰ পাঠকসকলৰ পৰা পোৱা সঁহাৰিত। কিন্তু যিকোনো স্বীকৃতিৰ এটা নিজা আনন্দ আছে। এই বঁটাটো মই সাদৰেৰে গ্ৰহণ কৰিছো,’’- নৰ্থ ইষ্ট নাওৰ আগত দত্তই এইদৰে কয়।

বৰ্তমান অসমৰ আগশাৰীৰ ইংৰাজী দৈনিক কাকত ‘দ্য আছাম ট্ৰিবিউন’ৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱা হৈছে ‘আধুনিক অসমৰ নিৰ্মাতা’ প্ৰয়াত ৰাধা গোৱিন্দ বৰুৱাৰ পুত্ৰ।

আনগৰাকী পদ্মশ্ৰী বঁটা লাভ কৰা জয়শ্ৰী গোস্বামী মহন্তই উপন্যাস আৰু আন গ্ৰন্থকে ধৰি প্ৰায় এক ডজনতকৈয়ো অধিক গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে ‘অসম আন্দোলন : জাতীয় চিন্তাৰ এক প্ৰতিফলন’, ‘চানক্য’, ‘ভূ কেন্দ্ৰলৈ অভিযান’, ‘মহাকবি’ ইত্যাদি।

জয়শ্ৰী গোস্বামী মহন্ত ৰাজ্যসভাৰ এগৰাকী প্ৰাক্তন সাংসদ আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd