• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বংশবৃক্ষ পৰীক্ষণৰ শুনানিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিলে অংগমুথুৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2018 9:04 am
DC-Family-tree-570x320
185
VIEWS
Share on FacebookShare on Twitter

এখন শুদ্ধ নাগৰিক পঞ্জীৰ বাবে বংশবৃক্ষ পৰীক্ষণৰ প্ৰক্ৰিয়া ৰাজ্যখনৰ আন অংশৰ লগতে কামৰূপ মহানগৰ জিলাটো শনিবাৰৰ পৰা আৰম্ভ হৈছে।

পাঁচটা ৰাজহ চক্ৰক সামৰি জিলাখনৰ অধীনত মুঠতে ১,৭৪১৯ ৰ বাবে পৰীক্ষণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে।

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত ড০ এম অংগমুথুৱে উজান বজাৰৰ দুটা এনআৰচি সেৱা কেন্দ্ৰ আৰু বামুনীমৈদামৰ আদৰ্শ সেৱা কেন্দ্ৰটো পৰিদৰ্শন কৰে। গুৱাহাটী ৰাজহ চক্ৰৰ অধীনৰ দুয়োটা সেৱা কেন্দ্ৰতে প্ৰক্ৰিয়াটোৰ অগ্ৰগতিৰ বুজ লোৱাৰ বাবে অতিৰিক্ত উপায়ুক্ত ক্ষিতিশ চন্দ্ৰ পেগু আৰু গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দামোদৰ বৰ্মনকলৈ পৰিদৰ্শন কৰে।

শুনানিৰ বাবে এনআৰচি সেৱা কেন্দ্ৰত উপস্থিত হোৱা ৰাইজৰ লগত তেওঁ মত বিনিময় কৰে। গোটেই বংশবৃক্ষ পৰীক্ষণ প্ৰক্ৰিয়াটো সফলতাৰে সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰাৰ বাবে তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁলোকক প্ৰয়োজন হোৱা যিকোনো কাৰিকৰী সহায় তথা সা-সামগ্ৰী আগবঢ়োৱাৰ তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

বংশবৃক্ষ পৰীক্ষণ হৈছে এক ভুল সংশোধনী প্ৰক্ৰিয়া। ইয়াত কোনো ব্যক্তিৰ লিগেচি ডাটা ব্যৱহাৰ কৰি দাখিল কৰা বংশবৃক্ষত কোনো বিসংগতি ধৰা পৰা লোকসলক পত্ৰৰ জৰিয়তে এই পৰীক্ষণ প্ৰক্ৰিয়াৰ বাবে মতা হৈছে। শনিবাৰৰ পৰা সপ্তাহৰ প্ৰতিটো দিনতে চলিবলগীয়া এই প্ৰক্ৰিয়াটো অহা ৩১ মাৰ্চত সামৰণি পৰিব।

কামৰূপ মহানগৰৰ বাবে পৰীক্ষণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে ইয়াত থকা ৭৮ টা এনআৰচি সেৱা কেন্দ্ৰত।

১৯ ফেব্ৰুৱাৰীৰ পৰা প্ৰথম সপ্তাহটোৰ বাবে প্ৰতিদিনে প্ৰতিটো কেন্দ্ৰত পাঁচটাকৈ পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব।

Recent News

তামৰ পাত্ৰত পানী খোৱাৰ সময়ত নকৰিব এই কেইটা ভুল, হ’ব পাৰে বিপদ!

তামৰ পাত্ৰত পানী খোৱাৰ সময়ত নকৰিব এই কেইটা ভুল, হ’ব পাৰে বিপদ!

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা, মৃতকৰ পৰিয়ালক দিব ১ কোটিকৈ টকা; আৰু কি ক’লে টাটা গ্ৰুপে?

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা, মৃতকৰ পৰিয়ালক দিব ১ কোটিকৈ টকা; আৰু কি ক’লে টাটা গ্ৰুপে?

কামিন্সৰ সন্মুখত অসহায় আত্মসমৰ্পণ বাভুমাৰ দলৰ; প্ৰথম ইনিংছৰ শেষত অগ্ৰগতি অষ্ট্ৰেলিয়াৰ

কামিন্সৰ সন্মুখত অসহায় আত্মসমৰ্পণ বাভুমাৰ দলৰ; প্ৰথম ইনিংছৰ শেষত অগ্ৰগতি অষ্ট্ৰেলিয়াৰ

আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বিমানখনৰ কোনো যাত্ৰী জীৱিত নাই! দেশজুৰি শোকৰ ছাঁ

আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বিমানখনৰ কোনো যাত্ৰী জীৱিত নাই! দেশজুৰি শোকৰ ছাঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd