• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বজালীত সঘন বিদ্যুৎ কৰ্তনত অতিষ্ঠ সৰ্বসাধাৰণ ৰাইজ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
July 21, 2018 10:17 am
PicsArt_07-21-08.46.35
90
VIEWS
Share on FacebookShare on Twitter

বজালীত সঘন বিদ্যুৎ কৰ্তনৰ সমস্যাত অতিষ্ঠ হৈ  অসম বিদ্যুৎ বিতৰণ প্ৰাইভেট লিমিটেডৰ পাঠশালা কাৰ্যালয়ত শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হস্তিনাপুৰ আঞ্চলিক সমিতিয়ে এটা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদীসকলে বিদ্যুৎ বিভাগৰ এটা প্ৰতীকাত্মক শৱযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰি বৰপেটা ডিভিজনৰ মুখ্য কাৰ্যবাহী অভিযন্তাৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। প্ৰতিবাদকাৰীসকলে বিশেষকৈ ৰূপহী ফীডাৰৰ মান উন্নত কৰাৰ বাবে কৰ্তৃপক্ষৰ ওচৰত দাবী জনায়।

উল্লেখ্য যে একাংশ বিদ্যুৎ কৰ্মীয়ে দীৰ্ঘদিন ধৰি কৰ্তব্যত দেখুৱাই অহা হেমাহিৰ বাবে এই এলেকাৰ বাসিন্দাসকলে জীয়াতু ভুগি আহিছে প্ৰতিবাদীসকলে অভিযোগ কৰিছে।

দীৰ্ঘ সময় ধৰি বিদ্যুৎ কৰ্তন হৈ অহাৰ ফলত মানুহৰ দৈনন্দিন কাম-কাজত যথেষ্ট বিপত্তিৰ সৃষ্টি হৈ আহিছে। বিদ্যুতৰ অভাৱৰ বাবে অসহনীয় গৰমত কাতৰ হোৱা বহুতো লোক অসুখীয়া হৈ পৰিছে। তাৰ ভিতৰত আটাইতকৈ বেছিকৈ কষ্টত ভুগিছে বৃদ্ধ, অসুখীয়া আৰু শিশুসকলে। এলেকাটোত হোৱা সঘন বিদ্যুৎ কৰ্তনৰ বাবে ব্যৱসায়িক কাম-কাজ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।

প্ৰতিবাদীসকলে ৰূপহী ফীডাৰটো ভাগ কৰাৰো দাবী তুলিছে। তেওঁলোকে দাবী জনাইছে যে হস্তিনাপুৰ, পুঠিমাৰী, শিঙিমাৰী, ওদালগুৰি, শিয়ালমাৰী আৰু হকাৰটুপ এলেকাকেইটাত এটা নতুন ফীডাৰ লাইনেৰে সংযোগ কৰাৰ দাবী তোলে।

প্ৰতিবাদীসকলে অতি পুৰণি হৈ পৰা ১১,০০০ ভল্টৰ তাঁৰসমূহ সলনি কৰিবলৈও দাবী জনায়। তাৰোপৰি নিয়ন্ত্ৰণ কক্ষৰ ফোনসমূহ ২৪ ঘণ্টাই সক্ৰিয় কৰি ৰখাৰ বাবে প্ৰতিবাদকাৰীসকলে দাবী জনায়।

ইয়াৰ উত্তৰত মুখ্য কাৰ্যবাহী বিষয়া লোহিত দাসে প্ৰতিবাদকাৰীসকলক লিখিতভাৱে জনায় যে ২৫ জুলাইৰ পৰা বৰনগৰ ফীডাৰেৰে অতিৰিক্ত ১০ মেগাৱাট বিদ্যুতৰ ব্যৱস্থা কৰি সেয়া সকলো ফীডাৰতে সমভাৱে বিতৰণ কৰা হ’ব।

Recent News

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd