• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বনকৰ্মী সকলৰ বাবে বনবিভাগে আয়োজন কৰিছে উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
January 30, 2018 10:05 am
trainee team
255
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত বন বিভাগৰ উদ্যোগত বনকৰ্মী সকলৰ বাবে এক বিশেষ প্ৰশিক্ষণ আৰম্ভ হৈছে৷ ট্ৰেইনিং অৱ ডা ট্ৰেইনাৰ্চ নামৰ এক বিশেষ আঁচনিৰে ৰাজ্যৰ বন বিভাগে ৩০ গৰাকী বনকৰ্মীক এনে ধৰণৰ উচ্চ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে।

পৰৱৰ্তী সময়ত এই প্ৰশিক্ষিত বনকৰ্মী সকলে নিজ নিজ বনাঞ্চলত আন বনকৰ্মী সকলক প্ৰশিক্ষণ প্ৰদান কৰিব ৷ নিৰ্বাচিত এই ৩০ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰিছে দক্ষিণ আফ্ৰিকাৰ বন্যপ্ৰাণী মহাবিদ্যালয়ৰ অভিজ্ঞ প্ৰশিক্ষক ৱান্টাৰ কমব্ৰিকে৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বিশ্ব প্ৰকৃতি নিধিৰ যৌথ উদ্যোগত বাগৰি ৰেঞ্জত উচ্চ পৰ্যায়ৰ এই প্ৰশিক্ষণ চলি আছে ৷ প্ৰশিক্ষনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য, আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীয়ে অংশ গ্ৰহন কৰিছে ৷

প্ৰশিক্ষণত বনকৰ্মী সকলক চোৰাংচিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযান, নিৰীক্ষণ, উন্নত অস্ত্ৰ ব্যৱহাৰৰ উপৰি বনাঞ্চলৰ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সম্পুৰ্ণ কামান্ডো কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰিছে প্ৰশিক্ষক ৱান্টাৰ কমব্ৰিকে৷

কাজিৰঙাৰ ডি এফ অ ৰোহিনী বল্লভ শইকীয়াৰ মতে প্ৰশিক্ষণ গ্ৰহন কৰি থকা ৩০ গৰাকী প্ৰশিক্ষাৰ্থীৰ ভিতৰৰ ১০ জনক  পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰা হ’ব। প্ৰায় ৬ সপ্তাহ যোৰা দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব কাজিৰঙাৰ অগৰাতলী ৰেঞ্জত৷

এই প্ৰশিক্ষণেৰে বনকৰ্মী সকলক চোৰাংচিকাৰীৰ বিৰুদ্ধে অভিযান চলাব পৰাকৈ প্ৰস্তুত কৰি তোলা হ’ব বুলিও ডি এফ অ ই জনায়৷

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd