• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰ্ধিত গাড়ীৰ সংখ্যাই ভূটানৰ পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2018 2:44 pm
bhu-570x320
247
VIEWS
Share on FacebookShare on Twitter

ভূটানৰ সৌম্য পৰিৱেশটো বৰ্ধিত প্ৰদূষণৰ বাবে ভাবুকিৰ সন্মুখীন হৈছে। হিমালয়ান দেশখনত দ্ৰুত নগৰীকৰণ তথা অৰ্থনৈতিক উন্নতিৰ লগে লগে গাড়ীৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পাইছে।

ভূটানৰ সংবিধানত চৰকাৰক দেশখনৰ প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণ আৰু প্ৰাকৃতিক ব্যৱস্থাটোৰ অৱনমন প্ৰতিৰোধ কৰিবলৈ সকলো সময়তে ৬০ শতাংশ বনাঞ্চল অক্ষুণ্ণ ৰখাৰ প্ৰয়োজনীয়তাৰ কথা কোৱা হৈছে।

দেশখনে ৬০ শতাংশ বনাঞ্চল ধৰি ৰাখিছে আৰু বছৰি দেশখনৰ চাৰিওপিনে গছপুলি ৰোপণৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

হিমালয়ান দেশখনৰ জনসংখ্যা ৭০০,০০০ অনুপাতে মুঠ গাড়ীৰ সংখ্যা ৯২,০০৮ খনতকৈয়ো অধিক বুলি পথ সুৰক্ষা আৰু পৰিবহণ কৰ্তৃপক্ষৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ।

২০০৮ চনত থকা ৪০,৫৩২ খন গাড়ীৰ পৰা শেহতীয়াভাৱে ৯২,০০৮ খনলৈ বৃদ্ধি পোৱাটো অতি উদ্বেগজনক।

পথ সুৰক্ষা আৰু পৰিবহন কৰ্তৃপক্ষই প্ৰকাশ কৰিছে যে থিম্ফুত আটাইতকৈ অধিক সংখ্যক ৪৭,৭৫৩ খন গাড়ী আছে আৰু ইয়াৰ পিছতে ফুৱেণ্টছলিঙত ৩২,১৩৪ খন গাড়ী আছে। বাকী ১৮ খন জিলাত ৬,০০০ খন গাড়ী আছে।

ঠেক পথো থিম্ফু আৰু ফুৱেণ্টছলিং চহৰত এক জটিল সমস্যা হৈ ধৰা দিছে।

গছৰ সংখ্যা হ্ৰাস পোৱা আৰু নতুন পথ নিৰ্মাণৰ লগতে পুৰণি পথসমূহৰ সম্প্ৰসাৰণে পৰিৱেশত প্ৰভাৱ পেলাইছে।

ভূটানৰ ৰাষ্ট্ৰীয় পাৰিপাৰ্শ্বিক আয়োগে প্ৰকাশ কৰিছে যে বৰ্দ্ধিত গাড়ীৰ সংখ্যায়ো বায়ু প্ৰদূষণত ইন্ধন যোগাইছে। ২০০৪ চনৰ পৰাই ক্ৰমবৰ্ধমানভাৱে বায়ু প্ৰদূষণ বৃদ্ধি পাইছে।

প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱা আৰু বৰ্ধিত হাৰত চহৰলৈ মানুহৰ প্ৰব্ৰজনে ৰাজহুৱা পৰিবহণক অতিক্ৰম কৰি ব্যক্তিগত বাহনৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি কৰিছে।

 

Recent News

পুৰুষৰ সফলতাৰ আঁৰত নাৰীৰ হাত! বাভুমাৰ সফলতাৰ আঁৰত তেওঁৰ ব্যৱসায়ী পত্নী লোবি

পুৰুষৰ সফলতাৰ আঁৰত নাৰীৰ হাত! বাভুমাৰ সফলতাৰ আঁৰত তেওঁৰ ব্যৱসায়ী পত্নী লোবি

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

বোমাতংকৰ বাবে মাজ আকাশৰ পৰা জাৰ্মানীলৈ উভতিল হায়দৰাবাদ অভিমুখী বিমান!

বোমাতংকৰ বাবে মাজ আকাশৰ পৰা জাৰ্মানীলৈ উভতিল হায়দৰাবাদ অভিমুখী বিমান!

পুনৰ হাস্পাতালত ভৰ্তি ছোনিয়া গান্ধী; এইবাৰ দিল্লীৰ গংগা ৰাম হাস্পাতালত ভৰ্তি কংগ্ৰেছ নেত্ৰী

পুনৰ হাস্পাতালত ভৰ্তি ছোনিয়া গান্ধী; এইবাৰ দিল্লীৰ গংগা ৰাম হাস্পাতালত ভৰ্তি কংগ্ৰেছ নেত্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd