• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বহিঃৰাজ্যৰ উদ্যোগৰ গ্ৰাসৰ পৰা বচাবলৈ অসমীয়া গামোচালৈ জি আই টেগ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2018 5:29 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

291
VIEWS
Share on FacebookShare on Twitter

অসম হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ে অসমীয়া গামোচাক ভৌগোলিক সূচাংক (Geographical Indication, GI) ৰ বাবে পঞ্জীয়ন কৰাৰ পৰিকল্পনা কৰিছে। ভৌগোলিক সূচাংক বা জি আই হৈছে কোনো এটা সামগ্ৰীৰ আঞ্চলিক পৰিচয় অটুট ৰখাত সহায় কৰা একধৰণৰ বৌদ্ধিক স্বত্ব।

ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ে অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ পেটেণ্ট ইনফৰমেইশ্যন চেণৰক জড়িত কৰাইছে।

উল্লেখযোগ্য যে ৰাজ্যৰ বাহিৰৰ পৰা অহা পাৱাৰলুমত উৎপাদিত গামোচাৰ অবাধ বেপাৰে অসমীয়া সংস্কৃতি তথা জাতীয় জীৱনৰ অভিন্ন অংগ স্বৰূপ পৰম্পৰাগত তাঁতশালৰ গামোচাক গ্ৰাস কৰি ধৰাৰ লগতে শিপিনীসকলৰ প্ৰতিও সংকট নমাই আনিছে।

যাৰ পৰিপ্ৰেক্ষিতত সঞ্চালকালয়ে উক্ত পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

মন কৰিবলগীয়া যে পাৱাৰলুমত উৎপাদিত গামোচা তাঁতশালৰ গামোচাৰ সৈতে ইমানেই একে যে কলকাতাস্থিত আঞ্চলিক বস্ত্ৰ উদ্যোগ কাৰ্যালয়েও পাৱাৰলুম গামোচা আৰু তাঁতশালৰ গামোচাৰ মাজৰ পাৰ্থক্য ধৰা পেলোৱাত বিফল হৈছে।

জি আই পঞ্জীয়নৰ প্ৰমাণ পত্ৰই অসমৰ গামোচাৰ ক্ষেত্ৰত বহিৰাগত ফেক্টৰিসমূহে চলাই অহা এই আৰ্হি নকল কৰাৰ বাট বন্ধ কৰিব বুলি আশা কৰিব পাৰি।

হস্ততাঁত আৰো বস্ত্ৰ সঞ্চালকালয়ে ফুলাম, এঙাকটা, তিয়নি আদি সকলো বিধৰ গামোচাকে জি আই পঞ্জীয়নৰ ভিতৰত সামৰি লোৱাৰ পৰিকল্পনা কৰিছে।

Recent News

বিৰোধী ঐক্য বনাম কংগ্ৰেছ-ভাজপাৰ সমদূৰত্ব

বিৰোধী ঐক্য বনাম কংগ্ৰেছ-ভাজপাৰ সমদূৰত্ব

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd