• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংগালোৰৰ অসমীয়া সমাজে কাৰ্বি আংলঙত নিহত যুৱক দুজনলৈ জনালে শ্ৰদ্ধাঞ্জলি

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
June 14, 2018 12:56 pm
Screenshot_2018-06-13-22-51-26-012_com.picsart.studio-570x320

ফটো : নর্থইষ্ট নাও

143
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলঙৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পানীজুৰি গাঁৱত অলপতে  সোপাধৰা সন্দেহত নৃশংসভাৱে হত্যা কৰা গুৱাহাটী দুই যুৱকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ বাংগালোৰৰ অসমীয়া সমাজে এখন প্ৰাৰ্থনা সভাৰ আয়োজন কৰে। তেওঁলোকে লগতে এই অমানৱীয় হত্যাকাণ্ডৰ বিৰুদ্ধে এটি মৌন প্ৰতিবাদী সমদলো উলিয়ায়।

উল্লেখযোগ্য যে যোৱা ৮ জুনৰ নিশা প্ৰায় ৮ বজাত ডকমকা থানাৰ অন্তৰ্গত ডেনগাঁও পাণজুৰি কছাৰী গাঁৱত সংঘটিত হৈছিল এই নৃশংস ঘটনা। উল্লেখযোগ্য যে গাঁৱখনত এখন বলেৰে’ গাড়ীৰে দুজন যুৱকে প্ৰৱেশ কৰিছিল। অচিনাক্ত যুৱক দুজনক দেখি স্থানীয় লোকে সোপাধৰা বুলি সন্দেহ কৰি আক্ৰমণ কৰে আৰু তীব্ৰ গণপ্ৰহাৰত যুৱক দুজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

পেচাত এগৰাকী ছাউণ্ড ইঞ্জিনীয়াৰ নিলোৎপল দাসে গোৱাৰ পৰা অসমলৈ আহি তেওঁৰ এগৰাকী ব্যৱসায়ী তথা শিল্পী বন্ধু অভিজিৎ নাথৰ সৈতে ডকমকালৈ ফুৰিবলৈ গৈছিল।

বাংগালোৰত অনুষ্ঠিত কাৰ্যসূচীত অসমীয়া সমাজৰ সদস্যসকলে মম আৰু চাকি জ্বলোৱাৰ লগতে কলা সাজ পিন্ধি হাতত প্লেকাৰ্ড লৈ যুৱক দুজনলৈ শ্রদ্ধাঞ্জলি জনায়।

তেওঁলোকে লগতে এই নৃশংস হত্যাকাণ্ডটোৰ সঠিক তদন্ত কৰাৰ লগতে ইয়াৰ সৈতে জড়িত অপৰাধীসকলক কঠোৰ শাস্তি বিহাৰ দাবী তোলে।

নীলোৎপল দাস আৰু অভিজিৎ নাথৰ বন্ধু তথা পূৰ্বৰ ৰুমমেটৰ লগতে প্ৰায় ৩০০ লোকে কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ইয়াৰ মাজতে বাংগালোৰৰ অসমীয়া সমাজৰ সাধাৰণ সম্পাদক হীৰকজ্যোতি কাকতিয়ে জনায় যে তেওঁলোকে দুই নিৰীহ যুৱকৰ বাবে তাৎক্ষণিক ন্যায় বিচাৰি বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এখন স্মাৰক পত্ৰ প্ৰদান কৰিব।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd