• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা বৃহৎ পৰিমানৰ ড্ৰাগছ ত্ৰিপুৰাত জব্দ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2018 10:25 am
Drugs-570x320

প্ৰতিনিধিত্বমূলক ফটো

92
VIEWS
Share on FacebookShare on Twitter

সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানকাৰী এটা দলে ত্ৰিপুৰাত শুকুৰবাৰে বাংলাদেশলৈ নিয়াৰ পথত এক বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰে আৰু এজন চোৰাং সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

‘’ অভিযানকাৰী দলটোৱে এজন ভাৰতীয় নাগৰিক ৩২ বছৰীয়া ৰছিদ মিঞাক গ্ৰেপ্তাৰ কৰে আৰু পশ্চিম ত্ৰিপুৰাৰ যাত্ৰাপুৰ নামৰ সীমান্ত গাঁৱখনৰ তেওঁৰ বাসগৃহৰ পৰা ৪৮১ কিলোগ্ৰাম শুকান ‘গাঞ্জা’ জব্দ কৰে। এই নিষিদ্ধ দ্ৰব্যখিনৰ বজাৰ মূল্য হ’ব প্ৰায় ২৪ লাখ টকা,’’-বিএছএফৰ এগৰাকী বিষয়াই কয়।

শুকান গাঞ্জাখিন ৰছিদে মজিয়াত টোপোলা বান্ধি ৰাখিছিল। তালাচীৰ পূৰ্বে ৰছিদৰ জ্যেষ্ঠ ভাতৃ মফিছ মিঞা (৩৫) পলাই গৈছিল।

আন এক তালাচীৰ সময়ত অভিযানকাৰী দলটোৱে ছেফিজালা জিলাৰ শ্ৰীমন্তপুৰৰ পৰা  ২,৮৯৫ টা নিচাযুক্ত টেবলেট জব্দ কৰে।

চোৰাং সৰবৰাহকাৰীৰ এটা দলে পলিথিন বেগত কঢ়িয়াই অনা ১,৪৪৭,৫০০ টকা মূল্যৰ টেবলেট খিনি বিএছএফৰ জোৱানসকলক দেখি পেলাই থৈ পলাই যায়।

আন এগৰাকী বিএছএফৰ বিষয়াই কয় যে ৪,৫৬৬ টা নিচাযুক্ত দ্ৰব্যৰ টেবলেট যোৱা সপ্তাহত অসমৰ মানকাচৰৰ পৰা আৰু আন ১১০ টা টেবলেট মেঘালয়ৰ গাৰো পাহাৰৰ পৰা জব্দ কৰা হৈছিল। এই ড্ৰাগছসমূহ বাংলাদেশলৈ নিয়াৰ পথত জব্দ কৰা হৈছিল।

উক্ত ঘটনাৰ লগত জড়িত থকা ছামছুল আলম আৰু নুৰ মহম্মদক গ্ৰেপ্তাৰ কৰা হৈছিল। ত্ৰিপুৰাৰ ৮৫৬ কিলোমিটাৰ, মেঘালয়ৰ ৪৪৩ কিলোমিটাৰ, মিজোৰামৰ ৩১৮ কিলোমিটাৰ আৰু অসমৰ ২৬৩ কিলোমিটাৰকে ধৰি মুঠ ১,৮৮০ কিলোমিটাৰ সীমান্ত বাংলাদেশৰ সৈতে সংলগ্ন হৈ আছে।

Recent News

ফ্লিপকাৰ্ট ফ্ৰিডম চেল: বছৰৰ আটাইতকৈ কম মূল্যত পাব টেবলেট

ফ্লিপকাৰ্ট ফ্ৰিডম চেল: বছৰৰ আটাইতকৈ কম মূল্যত পাব টেবলেট

২৪ টা ঘৰ, ৩০ কোটিৰ সম্পত্তি ১৫ হাজাৰ টকা দৰমহা পোৱা কেৰাণীৰ : অভিযান চলাবলৈ গৈ স্তম্ভিত চৰকাৰী বিষয়া

২৪ টা ঘৰ, ৩০ কোটিৰ সম্পত্তি ১৫ হাজাৰ টকা দৰমহা পোৱা কেৰাণীৰ : অভিযান চলাবলৈ গৈ স্তম্ভিত চৰকাৰী বিষয়া

আমি কি এক সংকটত পতিত হৈছোঁ?

আমি কি এক সংকটত পতিত হৈছোঁ?

১০২ দিন ধৰি ডিজিটেল এৰেষ্ট : গুজৰাটৰ চিকিৎসকৰ পৰা ১৯ কোটি লুটি নিলে চাইবাৰ অপৰাধীয়ে

১০২ দিন ধৰি ডিজিটেল এৰেষ্ট : গুজৰাটৰ চিকিৎসকৰ পৰা ১৯ কোটি লুটি নিলে চাইবাৰ অপৰাধীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd