• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাণিজ্য শাখাত দশমস্থান দখল মঙলদৈ ব্ৰিলিয়াণ্ট একাডেমিৰ পল্লবী দাসৰ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
May 31, 2018 6:36 pm
Pallabi Das , Rank Tenth in Commerce

বাণিজ্য শাখাৰ দশমস্থান অধিকাৰী পল্লবী দাস

96
VIEWS
Share on FacebookShare on Twitter

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত দৰং জিলাৰ মঙলদৈ ব্ৰিলিয়াণ্ট একাডেমিৰ পল্লবী দাসে বাণিজ্য শাখাত দশম স্থান দখল কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে মঙলদৈ চহৰৰ ৪ নম্বৰ ৱাৰ্ডৰ নিবাসী সমীৰন চন্দ্ৰ দাস আৰু ৰেবা কৰ্মকাৰ দাসৰ কন্যা পল্লবীয়ে গোটেইকেইটা বিষয়তে লেটাৰ নম্বৰেৰে সৰ্বমুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৫৬ নম্বৰ লাভ কৰি দশম স্থান অধিকাৰ কৰে।

পল্লবীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মত প্ৰকাশ কৰি তেওঁৰ এই সাফল্যৰ বাবে শিক্ষাগুৰু আৰু পিতৃ-মাতৃক সম্পূৰ্ণ কৃতিত্ব প্ৰদান কৰে। মনত চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ সপোন পুহি ৰখা পল্লবীয়ে উচ্চ শিক্ষাৰ বাবে গুৱাহাটী কমাৰ্ছ কলেজত নামভৰ্তী কৰিব।

মন কৰিবলগীয়া যে উত্তীৰ্ণ হাৰৰ দিশৰ পৰা দৰং জিলাই গোটেই কেইটা শাখাতে উৎসাহজনক প্ৰদৰ্শন কৰা দেখা যায়। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে প্ৰকাশ কৰা তথ্য অনুসৰি কলা শাখাত দৰং জিলাই মুঠ ৮৫.৯৮ শতাংশৰ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থান দখল কৰে। বিজ্ঞান শাখাতো জিলাখনে ৯১.২৪ শতাংশৰে দ্বিতীয় স্থান আৰু বাণিজ্য শাখাত ৯০.১৭ শতাংশেৰে অসমৰ ভিতৰতে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়।

Recent News

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd