• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাণীপুৰত অনুষ্ঠিত দক্ষতা বিকাশৰ এমহীয়া কৰ্মশালাৰ আজি সামৰণি পৰে

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
February 6, 2018 9:55 pm
Workshop on skill development programme concludes
117
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলাৰ বাণীপুৰত অৱস্থিত পঞ্চায়ত আৰু গ্ৰামীণ বিকাশৰ ৰাজ্যিক প্ৰতিষ্ঠানত অনুষ্ঠিত দক্ষতা বিকাশ কাৰ্যসূচীৰ এমহীয়া কৰ্মশালাৰ আজি সামৰণি পৰে।

ৰাজপুথানা ৰাইফলছৰ ৯ নং বেটেলিয়ানে আয়োজন কৰা কৰ্মশালাখনত জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা মুঠ ৫৭ গৰাকী নিবনুৱা প্ৰাৰ্থীক নিৰ্বাচিত কৰা হৈছিল।

২১ গৰাকী মহিলা তথা ৩৬ গৰাকী পুৰুষ প্ৰাৰ্থীয়ে অংশ লোৱা কৰ্মশালাত প্ৰাৰ্থীসকলক এয়াৰ কণ্ডিচনাৰ আৰু ফ্ৰিজ মেৰামতি, সৌন্দৰ্যচৰ্চাৰ বিদ্যা আৰু সাজ-পোছাক চিলোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

সামৰণি অনুষ্ঠানত উপস্থিত থাকি কমাণ্ডিক অফিচাৰ কৰ্নেল মুকেশ পাণ্ডে, ডিব্ৰুগড়ৰ ম’হকুমা দণ্ডাধীশ মানস দাস আৰু পঞ্চায়ত আৰু গ্ৰামীণ বিকাশৰ ৰাজ্যিক প্ৰতিষ্ঠান, গুৱাহাটীৰ বিজয়া কৰে অংশ গ্ৰহণকাৰী সকলক তেওঁলোকে কৰ্মশালাখনত লাভ কৰা কাৰিকৰী শিক্ষাক নিয়মীয়াকৈ অনুশীলন কৰিবলৈ পৰামৰ্শ দিয়ে।

ডিব্ৰুগড় জিলা প্ৰশাসনৰ পুঁজিৰে অনুষ্ঠিত কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণকাৰী সকলক পঞ্চায়ত আৰু গ্ৰামীণ বিকাশৰ ৰাজ্যিক প্ৰতিষ্ঠানৰ ফালৰ পৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd