চূড়ান্ত পৰ্যায় পাইছেগৈ চৰকাৰ আৰু বাৰ এছ’চিয়েচনৰ মতান্তৰ।
এছ’চিয়েচনৰ একাংশ অধিবক্তাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।
উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু মহাধিবক্তা দেৱজিত শইকীয়াৰ।
বাৰ এচ‘চিয়েশ্যনৰ ৩ গৰাকী অধিবক্তাৰ বিৰুদ্ধে গোচৰ মহাধিবক্তা দেৱজিত লন শইকীয়াৰ।
গুৱাহাটী উচ্চ ন্যায়ালয়ত আদালত অৱমাননাৰ অভিযোগ তুলি গোচৰ মহাধিবক্তাগৰাকীৰ।
অধিবক্তা কমল নয়ন চৌধুৰী, অনিল কুমাৰ ভট্টাচাৰ্য, পল্লৱী তালুকদাৰৰ বিৰুদ্ধে এই গোচৰ।