• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ সাফল্যৰ বাবে শুভেচ্ছা প্ৰদান অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডৰ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
March 4, 2018 4:09 pm
Pema-Khandu
99
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে অভূতপূৰ্ব সাফল্য লাভ কৰাত অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় পাৰ্টী অধ্যক্ষ অমিত শ্বাহ আৰু তিনিওখন ৰাজ্যৰে দলীয় কৰ্ম-কৰ্তা সকলক শণিবাৰে শুভেচ্ছা প্ৰদান কৰে।

বিজেপি পাৰ্টীৰ শ্লোগান ‘ছবকা ছাথ ছবকা বিকাশ’ আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়ন মূলক আঁচনিৰ বাবে উত্তৰ-পূবৰ জনসাধাৰণে ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ত দলটোৰ হকে অভূতপূৰ্ব জনমত সাব্যস্ত কৰিছে।

বিজেপিয়ে সমাজৰ সকলো সম্প্ৰদায়ৰ মানুহক সামৰি লৈ এটা বৃহৎ সৰ্বভাৰতীয় ভাবমূৰ্তি স্থাপন কৰিবলৈ সামৰ্থ হৈছে। এনেদৰে মন্তব্য কৰে খাণ্ডৱে।

খাণ্ডৱে আৰু কয় যে,  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত থকা ভাৰতবাসীৰ বিশ্বাস আৰু আস্থাৰ বাবেই উত্তৰ-পূবৰ এই তিনিখন ৰাজ্যত দলে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰ উপৰি তেওঁ কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে  উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে সদায় গুৰুত্ব প্ৰদান কৰি আহিছে। তেওঁৰ সবল নেতৃত্বত এই অঞ্চলটো কোনো দিনে অৱহেলিত হোৱা নাই বৰঞ্চ অঞ্চলটোৰ সকলো ক্ষেত্ৰতে বিকাশ ক্ষীপ্ৰতৰ হোৱা পৰিলক্ষিত হৈছে।

উত্তৰ-পূবৰ এই তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে দেখুওৱা বৃহৎ সাফল্যৰ বাবে পেমা খাণ্ডৱে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ, অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজু আৰু দলীয় কৰ্ম-কৰ্তাক বিশেষভাবে শুভেচ্ছা প্ৰদান কৰে।

Recent News

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd