• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিদ্যুৎ বিভাগত কর্মচাৰীসকলৰ বাবে বাধ্যতামূলক হ’ব ইউনিফৰ্ম

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2018 11:15 am
CM-Power 1

শক্তি বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাকালত মুখ্যমন্ত্ৰী সোণোৱাল

94
VIEWS
Share on FacebookShare on Twitter

বানপানীৰ সময়ছোৱাত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনৰ কোনো প্ৰান্তৰতে যাতে বিদ্যুৎ প্ৰৱাহিত হৈ কোনো লোকৰ মৃত্যু হ’ব নোৱাৰে তাৰ বাবে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শক্তি বিভাগক নিৰ্দেশ দিয়ে।

শনিবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত শক্তি বিভাগৰ কাম-কাজৰ পৰ্যালোচনামূলক  বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই নিৰ্দেশ দিয়ে।

বিদ্যুৎ বিভাগক অধিক কৰ্মদক্ষ কৰাৰ বাবে নিম্ন পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগত স্থানীয় বিদ্যুৎজনিত সমস্যা সম্পৰ্কত বুজ লোৱাৰ বাবে বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলক ৰাজ্যখনৰ বিভিন্ন এলেকা ভ্ৰমণ কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ যিবোৰ প্ৰান্তৰত বাঁহ বা তেনেধৰণৰ অস্থায়ী ব্যৱস্থাৰে বিদ্যুৎ সংযোগ কৰা আছে, বাৰিষাৰ পূৰ্বে সেই ব্যৱস্থা আঁতৰ কৰি বৈদুত্যিক খুঁটাৰ জৰিয়তে বিদ্যুৎ যোগান ধৰাৰ ব্যৱস্থা কৰিবলৈও শক্তি বিভাগক নিৰ্দেশ দিয়ে।

এই ক্ষেত্ৰত জনসচেতনতা সৃষ্টিৰ বাবে বিভাগক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে কয়।

বিদ্যুৎ বিভাগৰ এক সুকীয়া পৰিচয় বহন কৰাৰ বাবে বিভাগটোক ব্ৰেণ্ডিং কৰা আৰু কৰ্মচাৰীসকলৰ বাবে ইউনিফৰ্ম বাধ্যতামূলক কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

অহা ১ এপ্ৰিলৰ পৰা গুৱাহাটী মহানগৰীত এই সন্দৰ্ভত এক পাইলট প্ৰজেক্ট আৰম্ভ কৰাৰ বাবে বিভাগৰ শীৰ্ষ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

শক্তি বিভাগৰ সৈতে জনসাধাৰণৰ মাজত এক সু-সম্পৰ্ক গঢ়ি তোলা আৰু বিভাগটোত কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ বাবে দক্ষ কৰ্মচাৰীসকলক পুৰস্কৃত কৰা আৰু সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ‘শক্তি দিৱস’ অনুষ্ঠিত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে বিভাগৰ শীৰ্ষ বিষয়াসকলক পৰামৰ্শ দিয়ে

Recent News

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস পালন: নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ, মুখপত্ৰ দাপোণ উন্মোচন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস পালন: নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ, মুখপত্ৰ দাপোণ উন্মোচন

ৰাইজৰ দলত বৃহৎ যোগদান কার্যসূচী: তৃণমূল কংগ্ৰেছৰ সদ্য পদত্যাগী ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে যোগ দিলে ৰাইজৰ দলত

ৰাইজৰ দলত বৃহৎ যোগদান কার্যসূচী: তৃণমূল কংগ্ৰেছৰ সদ্য পদত্যাগী ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে যোগ দিলে ৰাইজৰ দলত

দিনযোৰা কাৰ্যসূচীৰে ৰাজীৱ ভৱনত পৰ্যালোচনা সভাপতি গৌৰৱ গগৈৰ : প্ৰকৃতাৰ্থত ‘জাতি জনগণনা’ কৰিবলৈ চৰকাৰক আহ্বান

দিনযোৰা কাৰ্যসূচীৰে ৰাজীৱ ভৱনত পৰ্যালোচনা সভাপতি গৌৰৱ গগৈৰ : প্ৰকৃতাৰ্থত ‘জাতি জনগণনা’ কৰিবলৈ চৰকাৰক আহ্বান

মন্দিৰ চৌহদত খালে মাংস! ঘটনাক নিন্দা ভক্তগণৰ

মন্দিৰ চৌহদত খালে মাংস! ঘটনাক নিন্দা ভক্তগণৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd