• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই সোণাৰিত বিদ্যুৎস্পৃষ্ট হৈ ৫ বছৰীয়া ছাত্ৰৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2018 6:55 pm
141
VIEWS
Share on FacebookShare on Twitter

সোণৰিত আজি পুৱা এগৰাকী কণমানি ছাত্ৰই বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে বিদ্যুৎ পৰিবাহী এডাল ছিগা তাঁৰত লাগি মৃত্যুক আঁকোৱালি ল’ব লগা হয়।

উল্লেখযোগ্য যে আজি পুৱা সোণাৰিৰ টিয়ক বঙালী গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ কণমানি ছাত্ৰ মনিষ মুণ্ডা(৫)ই অংগনৱাড়ী কেন্দ্ৰলৈ যায়। আৰু কিছু সময়ৰ পিছত ছাত্ৰজনে কেন্দ্ৰটোৰ পৰা বাহিৰলৈ ওলাই আহোতেই  দুৰ্ঘটনাটো সংঘটিত হয়।

পিছত স্থানীয় ৰাইজে ছাত্ৰজনক পথাৰত পৰি থকা দেখাত লগে লগে অঞ্চলটোত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়। লগে লগে স্থানীয় ৰাইজে বিদ্যুৎ কৰ্তন কৰি ছাত্ৰজনক উদ্ধাৰ কৰে যদিও ছাত্ৰজনে ইতিমধ্যে মৃত্যুক আঁকোৱালি লয়।

ইফালে এই ঘটনা সংঘটিত হোৱাৰ লগে লগে অংগনৱাড়ী কেন্দ্ৰটোৰ শিক্ষয়িত্ৰী কবিতা দত্তক স্থানীয় একাংশ লোকে প্ৰহাৰ কৰাৰ লগতে অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। স্থানীয় লোকসকলে ছাত্ৰজনে অংগনৱাড়ী কেন্দ্ৰটোত অধ্যয়ন কৰি থকা অৱস্থাত কি দৰে বাহিৰলৈ ওলাই আহিবলৈ পালে বুলি প্ৰশ্ন উত্থাপন কৰে।

অৱশ্যে পিছত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অংগনৱাড়ী কেন্দ্ৰৰ শিক্ষয়িত্ৰী গৰাকীকো উদ্ধাৰ কৰে।

আনহাতে স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে অঞ্চলটোত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰডাল ছিগি পৰি থকাৰ বিষয়ে বিদ্যুৎ বিভাগক জনোৱা হৈছিল যদিও এই ক্ষেত্ৰত বিদ্যুৎ বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে। ফলত বিদ্যুৎ বিভাগৰ এনে গাফিলতিৰ পৰিণতিতে আজি কণমানি ছাত্ৰজনে মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।

ইফালে শক্তি মন্ত্ৰী তপন গগৈয়ে নিহত কণমানি ছাত্ৰজনৰ পৰিয়াললৈ ২.৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ ঘোষণা কৰে। লগতে এই সমস্ত ঘটনাৰ বাবে গভীৰ দুখ প্ৰকাশ কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd