• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধানসভাৰ মজিয়াত দিয়া তথ্যই প্ৰমাণ কৰিলে ৰাজ্যত উদ্বেগজনকভাৱে বাঢ়িছে নাৰীজনিত অপৰাধ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2018 10:19 pm
DHUBRI GIRL WENT MISSING SINCE LAST THREE MONTHS RESCUED FROM RED LIGHT AREA OF SILIGURI

প্ৰতীকী ছবি।

99
VIEWS
Share on FacebookShare on Twitter

২০০৬ চনৰ পৰা ২০১৮ চনৰ ২৩ মাৰ্চলৈকে ৰাজ্যখনত সংঘটিত নাৰীজনিত অপৰাধৰ ঘটনাৰ বিষয়ে সোমবাৰে গৃহ বিভাগে বিধানসভাত দাখিল কৰা তথ্যত পোহৰলৈ আহিছে উদ্বেগজনক কিছুমান সত্য।

বিধানসভাত বি পি এফৰ বিধায়িকা কমলী বসুমতাৰীয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ গৃহ বিভাগে ২ এপ্ৰিলত দাখিল কৰে ২০০৬ চনৰ পৰা ২০১৬ চনৰ ২৩ মাৰ্চলৈকে সময়ছোৱাত ৰাজ্যত সংঘটিত যৌতুকজনিত, বলাৎকাৰ আৰু ডাইনী কাণ্ডৰ পৰিসংখ্যা।

বিধান সভাত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে উল্লেখ কৰা তথ্য মতে ২০০৬ চনৰ পৰা ২০১৫ চনলৈকে ৰাজ্যখনত যৌতুকজনিত কাৰণত ১,২৫৩ গৰাকী মহিলাই মৃত্যুক সাবটি লয়।

উল্লেখযোগ্য যে আশ্বৰ্যজনকভাৱে ২০১৬ চনৰ পৰা ২০১৮ চনৰ ২৩ মাৰ্চলৈকে সময়ছোৱাত ৩৫৩ গৰাকী মহিলাই যৌতুকজনিত কাৰণত মৃত্যুক সাবটি লয়।

আনহাতে ২০০৬ চনৰ পৰা ২০১৫ চনলৈ মুঠ ৩৭ গৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ বিপৰীতে ২৪ গৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা হয়।

ধৰ্ষণৰ ক্ষেত্ৰতো একেদৰে ২০১৬ চনৰ পৰা ২০১৮ চনলৈকে ১৬ গৰাকী মহিলা আৰু ১০ গৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা হয়।

ইফালে ২০০৬ চনৰ পৰা ২০১৫ চনলৈকে ৭১ টা ডাইনী হত্যাৰ গোচৰ ৰুজু হোৱাৰ বিপৰীতে ২০১৬ চনৰ পৰা ২০১৮ চনৰ ২৩ মাৰ্চলৈকে ৯ গৰাকী মহিলাই ডাইনী কাণ্ডৰ বাবে মৃত্যুক সাবটি ল’ব লগা হয়।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd