• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথত ছ’চিয়েল মিডিয়াত সোপাধৰাৰ আতংক বিয়পোৱা দুজনক আটক

কাজী জেইদুল ইচলাম by কাজী জেইদুল ইচলাম
June 2, 2018 9:05 pm
Bishwanath
93
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথৰ কেইবাখনো গাৱঁত  সোপাধৰা ওলাইছে বুলি গাৱঁৰ সাধাৰণ মানুহৰ মনত আতংক বিয়পাই দিব খোজা দুষ্টচক্ৰৰ সন্ধানত তৎপৰ হৈ পৰিছে বিশ্বনাথৰ আৰক্ষী।

উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি বিশ্বনাথৰ কেইবাখনো গাৱঁত সোপাধৰাই শিশুসকলক লক্ষ্য কৰি লৈছে বুলি এটা অসাধু চক্ৰই ছ’চিয়েল মিডিয়াৰ যোগেদি অপপ্ৰচাৰ চলাই আছে। আনকি চক্ৰটোৱে মহিলাকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি প্ৰচাৰ কৰাত আতংকিত হৈ পৰিছে বিশ্বনাথ আৰু বিহালী সমষ্টিৰ কেইবাখনো গাৱঁৰ ৰাইজ।

মন কৰিব লগীয়া কথাটো হ’ল এই ভিত্তিহীন খবৰটোৰ মূল উৎস কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু ছচিয়েল মিডিয়াত এই সোপাধৰাৰ উৰা বাতৰি দ্ৰুতগতিত ঘূৰি ফুৰিছে। আনহাতে আজিলৈকে কোনো এজন গাঁওবাসীয়ে দেখা নাই সোপাধৰাক।

মিছা হ’লেও সাধাৰণ মানুহৰ মাজত আতংকৰ সৃষ্টি কৰা বাতৰিটো বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে বিশ্বনাথ আৰক্ষী। শেহতীয়াকৈ আজি এনেদৰে ছ’চিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱা অসাধু চক্ৰটোৰ মাজৰ বুলি সন্দেহ কৰা দুজন যুৱকক বিশ্বনাথ আৰক্ষীয়ে আটক কৰিছে। তেওঁলোক দুজন হ’ল বিশ্বনাথৰ কদমনিৰ  দিব্যজ্যোতি শইকীয়া আৰু খঁৰাশিমলুৰ দীপক খাওন্দ। দুয়োজনে যুৱকেই ফেইচবুকত সোপাধৰা ওলোৱাৰ বাতৰি পোষ্ট কৰিছিল বুলি সন্দেহ কৰা হৈছে৷

উল্লেখযোগ্য যে লিচু খোৱাৰ ফলত মাৰাত্মক নিপাহ ভাইৰাছত আক্ৰান্ত হৈ বহু সংখ্যক লোক চিকিৎসালয়ত ভৰ্তি হোৱাৰ ভুৱা বাতৰিও ছ’চিয়েল মিডিয়াৰ যোগে দ্ৰুতগতিত প্ৰচাৰিত হৈ আছে যোৱা কিছু দিন ধৰি।

আৰক্ষী প্ৰশাসন শেহতীয়াকৈ এনেকুৱা অপপ্ৰচাৰৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত পোৱা গৈছে।

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd