• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথত ‘স্বচ্ছতা ৰথ’ উদ্বোধন মন্ত্ৰী ৰিহণ দৈমাৰীৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
July 31, 2018 3:26 pm
IMG-20180731-WA0006-01
107
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে আজি বিশ্বনাথ জিলাৰ বাবে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮ৰ ‘স্বচ্ছতা ৰথ’ৰ শুভ উদ্বোধন কৰে।

বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্য মন্দিৰৰ প্ৰাংগনত আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে দেশৰ সৰ্ববৃহৎ স্বচ্ছতা অভিযানৰূপে পৰিগণিত হোৱা স্বচ্ছ সৰ্বেক্ষণ-২০১৮ত অংশগ্ৰহণ কৰি বিশ্বনাথক শ্ৰেষ্ঠ পৰিচ্ছন্ন জিলা হিচাপে গঢ়ি তোলাত সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ অধীনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা জল আৰু অনাময় সমিতিৰ উদ্যোগত সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলাতো মাহজোৰা কাৰ্যসূচীৰে বুধবাৰৰ পৰা স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮ আৰম্ভ হ’ব।

আনহাতে জিলা উপায়ুক্তৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত যোৱা ২৭ জুলাই তাৰিখে বিশ্বনাথত এই অভিযান আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই অভিযানৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া এক স্বতন্ত্ৰ সংস্থাই দেশত স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ কাম-কাজ নিৰীক্ষণ কৰিব আৰু কিছুমান নিৰ্দিষ্ট সূচকৰ ভিত্তিত ৰাজ্য আৰু জিলাসমূহক ৰেংকিং প্ৰদান কৰিব।

‘স্বচ্ছতা ৰথ’ৰ উদ্বোধনী অনুষ্ঠানত আজি বিশ্বনাথৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ, অতিৰিক্ত উপায়ুক্ত দিগন্ত বৈশ্য, বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সভানেত্ৰী ৰুলি শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশ্বনাথৰ কাৰ্যবাহী অভিযন্তা ৰবীন দাসৰ লগতে বিশ্বনাথ জিলাৰ স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) তথা স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮ৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd