• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্ব বিনিয়োগ সন্মিলন চলি থকাৰ সময়তে আৰ্টফেডৰ গামোচা বিক্ৰীৰ অভিলেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2018 12:36 pm
Artfed-Jagaran-Handicraft-store-in-Guwahati
138
VIEWS
Share on FacebookShare on Twitter

আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এড্‌ভাণ্টেজ আছাম গ্ল’বেল ইন্‌ভেষ্টমেণ্ট শীৰ্ষ সন্মিলনৰ বাবে মহানগৰীক ন-ৰূপত সজাই তোলা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিভিন্ন দেশৰ প্ৰতিনিধি আহি গুৱাহাটীত উপস্থিত হৈছে। এই বিশ্ব বিনিয়োগকাৰী সন্মিলন চলি থকাৰ সময়তে অসমৰ শিপিনীৰ হাতেবোৱা ফুলাম গামোচাৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে।

ফুলাম গামোচাৰ সমান্তৰালকৈ অসমৰ গৌৰৱৰ প্ৰতীকী এশিঙীয়া গঁড়, ফুলাম জাপি, বাঁহ-বেতৰ সামগ্ৰীৰো যথেষ্ট সমাদৰ বৃদ্ধি পাইছে।

আৰ্টফেডৰ পৰিচালন সঞ্চালক  মুকুল চন্দ্ৰ ডেকাই জনায় যে  ‘এড্‌ভাণ্টেজ আছাম  গ্ল’বেল ইন্‌ভেষ্টমেণ্ট ছামিটৰ বাবে  আমবাৰী, ৰিহাবাৰী, বৰঝাৰ,মালিগাঁও, নুনমাটি, দিছপুৰত থকা বিপণীত যথেষ্টসংখ্যক গামোচা আৰু ফুলাম জাপি বিক্ৰী হৈছে।

আমবাৰীৰ বিপণীত গামোচা আৰু ফুলাম জাপি প্ৰায় শেষ হৈছে। গামোচা, জাপি আৰু অন্যান্য বাঁহ-বেতৰ সামগ্ৰী বিক্ৰীৰ বাবে নতুনকৈ মজুত কৰিবলগীয়া হৈছে।

আৰ্টফেডৰ আমবাৰীৰ বিপণীত প্ৰতিদিনে প্ৰায় এক লাখ টকাৰ এনে সামগ্ৰী বিক্ৰী হৈছে। বিগত এপষেক ধৰি ৫ হাজাৰ গামোচা বিক্ৰী হৈছে।  এই গামোচাসমূহ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সন্মিলনত অংশগ্ৰহণকাৰী দেশ-বিদেশৰ পৰা অহা বিশিষ্ট ব্যক্তিসকলৰ বাবে ক্ৰয় কৰা হৈছে।

তদুপৰি ৫ লাখ টকাৰ ফুলাম জাপি, এৰী চাদৰ, প্ৰতীকী এশিঙীয়া কাঠৰ গঁড়, বাঁহ-বেতৰ অন্যান্য সামগ্ৰী বিক্ৰী হৈছে। এই সামগ্ৰীসমূহো চৰকাৰৰ তৰফৰ পৰা এই সন্মিলনৰ বাবে ক্ৰয় কৰা হৈছে।

আৰ্টফেডৰ গামোচা, জাপি আৰু অন্যান্য সামগ্ৰীৰ বিশেষ সমাদৰ থকা বাবে বহু দেশী-বিদেশী পৰ্যটকেও বৰঝাৰ আৰু আমবাৰীৰ বিপণীৰ পৰা সামগ্ৰী সমূহ ক্ৰয় কৰে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd