• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্ব মুখগহ্বৰ স্বাস্থ্য দিৱস : বিশেষভাৱে সক্ষম কণমানিৰ বাবে বঙাইগাঁৱত চিকিৎসা, সজাগতা শিবিৰ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
March 20, 2018 5:04 pm
world oral health day

বঙাইগাঁৱৰ ‘এলফ’নছ’ সদন’ৰ শিশু

428
VIEWS
Share on FacebookShare on Twitter

বিশ্ব মুখগহ্বৰ স্বাস্থ্য দিৱস উপলক্ষে এশ গৰাকীতকৈ অধিক বিশেষভাৱে সক্ষম কণমানিৰ আশ্ৰয়স্থল বঙাইগাঁৱৰ ‘এলফ’নছ’ সদন’ত শিশুসকলৰ বাবে আজি ২০ মাৰ্চত আয়োজন কৰা হয় মুখগহ্বৰৰ স্বাস্থ্য সজাগতা আৰু পৰীক্ষাৰ এক বিশেষ শিবিৰ।

দন্ত চিকিৎসক ডাঃ ৰূপম চৌধুৰী, ডাঃ দেৱশ্ৰী আৰু ডাঃ অভিজিতে এই শিবিৰটোত সেৱা আগবঢ়ায়।

আনহাতে জিলাখনৰ বৈতামাৰী, মাণিকপুৰ, শ্ৰীজাগ্ৰাম আৰু বঙাইগাওঁ খণ্ড স্বাস্থ্য কেন্দ্ৰত দিৱস উপলক্ষে জিলা স্বাস্থ্য সমাজ, বঙাইগাঁৱে সজাগতা ভাষণ আৰু শোভাযাত্ৰাৰ আয়োজন কৰে। অনুষ্ঠানত বিনামূলীয়া দৰৱ আৰু টুথপে’ষ্ট বিতৰণ কৰা হয়।

মুখগহ্বৰ স্বাস্থ্যৰ বিশ্বৰ বৃহত্তম সজাগতা অভিযান এই দিৱসটো বিশ্ব দন্ত চিকিৎসক সংস্থাই (FDI World Dental Federation) প্ৰতিবছৰে বিশ্বজুৰি পালন কৰি আহিছে।

চাওক ‘বিশ্ব মুখগহ্বৰ স্বাস্থ্য দিৱস’ৰ এইবছৰৰ বিশেষ ভিডিঅ’

সুস্থ দন্ত পৰিচ্ছন্নতা সম্পৰ্কে শিশু আৰু প্ৰাপ্তবয়স্ক সকলোৰে বাবে এই দিৱসে বাৰ্তা দিব খোজে আৰু ব্যক্তিৰ সামগ্ৰিক সুস্বাস্থ্যৰ ক্ষেত্ৰত সুস্থ মুখগহ্বৰ স্বাস্থ্যৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰিব খোজে।

প্ৰতি বছৰে এটা বিশেষ বিষয়ত এই দিৱসটোৱে মনোনিৱেশ কৰে। বিশ্ব মুখগহ্বৰ স্বাস্থ্য দিৱসৰ এইবছৰৰ বিষয় ‘Say Ahh. Think Mouth, Think Health.’

Recent News

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

চেম্পিয়নছ লীগ জয়ৰ উদযাপনৰ সময়ত যুদ্ধক্ষেত্ৰত পৰিণত হ’ল পেৰিছ! কমেও ৫০০ লোক গ্ৰেপ্তাৰ

চেম্পিয়নছ লীগ জয়ৰ উদযাপনৰ সময়ত যুদ্ধক্ষেত্ৰত পৰিণত হ’ল পেৰিছ! কমেও ৫০০ লোক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd