• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত কুকুৰা গঁড়ালত ধৰা নাহৰফুটুকী কাজিৰঙাত মুকলি

উত্তম শইকীয়া by উত্তম শইকীয়া
March 15, 2018 6:12 pm
125
VIEWS
Share on FacebookShare on Twitter

বোকাখাত নগৰত যোৱা ১৪ মাৰ্চত কৰায়ত্ত কৰা মতা নাহৰফুটুকীটোক আজি বৃ্হস্পতিবাৰে পুৱা কাজিৰঙাৰ কাষৰীয়া পানবাৰী সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয়।

চেতনানাশক প্ৰয়োগ কৰি কৰায়ত্ত কৰা বাঘটো বিগত ২৪ ঘন্টা ধৰি পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত পশু চিকিৎসক দলৰ নিৰীক্ষণত আছিল।

খাদ্যৰ সন্ধানত ওচৰৰ চাহবাগিচাৰ পৰা ওলাই আহি এঘৰ মানুহৰ কুকুৰাৰ গঁড়ালত সোমোৱা বাঘটোক বন বিভাগ আৰু বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক আৰু উদ্ধাৰকাৰী দলে প্ৰায় ৩ ঘন্টা ধৰি চলোৱা অভিযানৰ শেষত চেতনানাশক প্ৰয়োগ কৰি কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল৷

Recent News

পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰত পাকিস্তানক অতিক্ৰম কৰিলে ভাৰতে, ৮টা ৱাৰহেড যোগ হ’ল ভাৰতৰ : ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিবেদন

পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰত পাকিস্তানক অতিক্ৰম কৰিলে ভাৰতে, ৮টা ৱাৰহেড যোগ হ’ল ভাৰতৰ : ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিবেদন

বেদখলকাৰীৰ কৱলত ঐতিহাসিক হাবুঙ! দখলীকৃত ভূমি উদ্ধাৰৰ দাবী সচেতন ৰাইজৰ

বেদখলকাৰীৰ কৱলত ঐতিহাসিক হাবুঙ! দখলীকৃত ভূমি উদ্ধাৰৰ দাবী সচেতন ৰাইজৰ

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা; বিকল্প ব্যৱস্থা নকৰালৈকে অভিযান বন্ধ ৰখাৰ দাবী DYFIৰ

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা; বিকল্প ব্যৱস্থা নকৰালৈকে অভিযান বন্ধ ৰখাৰ দাবী DYFIৰ

১৩ হাজাৰ কোটি টকাৰ ব্যয়! আগন্তুক লোকপিয়লত দেশবাসীয়ে মুখামুখি হ’ব ছটা নতুন প্ৰশ্নৰ

১৩ হাজাৰ কোটি টকাৰ ব্যয়! আগন্তুক লোকপিয়লত দেশবাসীয়ে মুখামুখি হ’ব ছটা নতুন প্ৰশ্নৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd